NewsFlix NE

NewsFlix NE Unfiltered অসমৰ , Unfiltered কাহিনী।
Lets NewsFlix & be a responsible অসমীয়া...

19/11/2024

🔴 নমস্কাৰ ৰাইজ 🙏, সকলোকে স্বাগতম আপোনালোকৰ Construction জড়িত সকলো সমস্যাৰ সমাধান আগবঢ়োৱা একমাত্র বিশ্বাসযোগ্য প্ৰতিস্থান Saptovyag Engineers Pvt. Ltd লৈ। আমি আপোনালোকৰ বাবে আগবঢ়াওঁ a) Building design and Architecture b) Interior design and Decoration c) Soil testing and surveying d) Renovation and Reconstruction e) New construction projects f) VASTU g) Permission
h) Ex*****on

আমি দিম আপোনাক, আপোনাৰ সপোনৰ ঘৰখনৰ সু-নিৰ্মাণৰ সম্পূর্ণ গেৰেন্টী। আজিয়েই যোগাযোগ কৰক আমাৰ এক্সপার্টৰ লগত।
From Design to Ex*****on . Pure Quality maintained .

CONTACT US AT : 7086753737 / 9101415581

17/09/2024

🔴Victor দাসে মামা ৰ Copy কৰিছে নেকি বাৰু
🔴Victor দাসৰ এক নতুন ৰূপত
🔴আহক আমি একেলগে উপভোগ কৰোঁ এখেতৰ Mimicry Comedy .
🤣হাঁহি হাঁহি আপোনাৰ পেট ফুটি যাব 🤣
(PS:- This video is for Entertainment Purpose)
আপুনিও অলপ হাঁহি দিয়ক ।।।।

#কমেডী

09/09/2024

🔴 এনে অসমীয়া কমেডী চাই হাঁহি হাঁহি নিজৰ কান্দোন ৰখাব নোৱাৰিব আপুনি 🤣
🔴 সমূহ পৰিয়ালৰ হৈতে উপভোগ কৰক এই ধুনীয়া নাটক!
🔴 ভাল লাগিলে Page টো share কৰিব নাপাহৰিব ✅

#কমেডী

02/09/2024

🔴🤜 উজনি vs নামনি 🤛🫂
🔴 কমেডিৰ মহাযুদ্ধ
✅আহক একেলগে উপভোগ কৰোঁ এই ধুনীয়া নাটক।

#জুবিন

21/08/2024

❤️1936 চনৰ শ্বিলং (Shillong )চহৰ❤️
আহক সকলো আমি উপভোগ কৰি সেই সোণালী অতীত!

Please Share with your loved ones and follow us

🔴 Good News for Guwahatians...🔴If you cannot afford "PL***OY" , You can Visit "PLAYGIRL" 😂Perfect Example of Gender Equa...
01/08/2024

🔴 Good News for Guwahatians...
🔴If you cannot afford "PL***OY" , You can Visit "PLAYGIRL" 😂

Perfect Example of Gender Equality, Not only Pl***oy exist but also PlayGirl.....😂

***OY

20/07/2024

❤️বৰ সুন্দৰ অভিনয় এই কণমানি শিশুজনৰ দ্বাৰা।
The future of Assamese Culture is in safe hands .
Let's Share✅

জনাওক আপোনাৰ মতামত?
13/06/2024

জনাওক আপোনাৰ মতামত?

  Nagaonians, আপুনি কাক বিচাৰিছে এইবাৰ আৰু কিয়?জনাওক আপোনাৰ মতামত।  Pradyut Bordoloi Aminul Islam Suresh Bora          ...
19/04/2024


Nagaonians, আপুনি কাক বিচাৰিছে এইবাৰ আৰু কিয়?
জনাওক আপোনাৰ মতামত।


Pradyut Bordoloi Aminul Islam Suresh Bora

10/03/2024

❤️90's লৰালি কাল কেনেকুৱা আছিল বাৰু, চাওঁ আহক। বাল্যকালৰ school ৰ পুৰণি স্মৃতি পুনৰ জীয়াই তুলো। Share with your Parents,Brothers❤️
❤️এনেকুৱা অসমীয়া ছুপাৰ হিট পুৰণি ছবি আপুনি কেতিয়াও দেখা নাই চাগে ❤️
ধেমালি, প্ৰেম ,কাহিনী আৰু বিয়া।
লগত চাব নাপাহৰিব Mousin Hazarika ৰ লগত আমাৰ ব্যতিক্ৰমী অনুষ্ঠান " জন কি বাত"



Share , Follow.

06/03/2024

❤️1970's ত অসমীয়া বিয়া কেনেকুৱা আছিল বাৰু, চাওঁ আহক। পুৰণি স্মৃতি পুনৰ জীয়াই তুলো। Share with your parents❤️
❤️এনেকুৱা অসমীয়া ছুপাৰ হিট পুৰণি ছবি আপুনি কেতিয়াও দেখা নাই চাগে ❤️
ধেমালি, প্ৰেম ,কাহিনী আৰু বিয়া।
লগত চাব নাপাহৰিব Mousin Hazarika ৰ লগত আমাৰ ব্যতিক্ৰমী অনুষ্ঠান " জন কি বাত"



Share , Follow.

05/03/2024

🔥"আমাক ২৪ লাখ দিছে চৰকাৰে" "ভৰিত ভৰি থৈ শুই আছোঁ আমি"🔥
Mousin Hazarika ৰ শৈতে "জন কি বাত "
খণ্ড :- ৩
আজি আমি সমাজৰ দুখীয়া দৰিদ্ৰ আৰু কষ্ট কৰা লোক সকলৰ লগত কথা পতিলো । বৰ ভাল লাগিল। আহকচোন আপুনিও শুনক এখেতসকলৰ কাহিনী।

Address

Nowgong

Telephone

+917086753737

Website

Alerts

Be the first to know and let us send you an email when NewsFlix NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share