
10/05/2025
সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশৰ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত অসমৰ ছাত্ৰ-ছাত্ৰীসকলে নতুন দিল্লীৰ অসম ভৱনৰ সৈতে সংযুক্ত হ'বলৈ অসম চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে।
In light of the evolving situation, Government of Assam has set up a dedicated helpline at Assam Bhawan , New Delhi for our students studying outside the State.