Numaligarh Live

Numaligarh Live নুমলীগড় অঞ্চলৰ দৈনিক বাতৰি

24/01/2026

খুমতাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ একেলগে ৪ খন কৈ চাহ বাগিচা ক্ৰমে মুৰফুলনী চাহ বাগিচা , ৰঙাজান চাহ বাগিচা , ছফেলা চাহ বাগিচা , কালিয়নী চাহ বাগিচাৰ মুঠ ৬ খনকৈ নৱনির্মিত পথ মুকলি কৰি শুভ উদ্ধোধন কৰে । লগতে ৰাইজৰ লগতো মত বিনিময় কৰে ।
#

18/01/2026

নৱগঠিত খুমতাই সমষ্টিত কংগ্ৰেছৰ প্ৰচাৰ অভিযান। ২০ খনৰো অধিক বিলাসী বলেৰ বাহনেৰে খুমটাইৰ গাঁৱে-ভূঞে, বাগিচাই বাগিচাই কংগ্ৰেছৰ 'ৰাইজৰ পদুলিত ৰাইজৰ কংগ্ৰেছ' অভিযান ৰেলী।

17/01/2026

নুমলীগড়ত ভয়ংকৰ অগ্নিকাণ্ড।নুমলীগড়ৰ 3 নং দৈগ্ৰোঙত সংঘটিত হয় অগ্নিকাণ্ড।অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গল এটি পৰিয়ালৰ বাসগৃহ।

12/01/2026

মৰঙিৰ পোৰাবঙলা খেল পথাৰত স্বামী বিবেকানন্দৰ জন্ম দিৱস উপলক্ষে সামুহিক সূৰ্য্য নমস্কাৰৰে যুৱ দিৱস পালন ৷

10/01/2026

মৰঙী অঞ্চলৰ ভিন্ন প্ৰান্তত সংঘটিত হোৱা হাতী মানুহৰ সংঘাতৰ ক্ষেত্ৰত বকিয়াল খণ্ড বন কাৰ্য্যালয়ৰ অধীনৰ গাওঁ সমূহত বন বিভাগৰ সজাগতামূলক সতৰ্কবাণী ।

10/01/2026

বন্যহস্তীৰ উপদ্ৰৱৰ বাবে হেপাহৰ ভোগালী বিহুৰ প্ৰাকক্ষণত ম্লান পৰিল এটা অঞ্চল। বাসগৃহৰ বিস্তৰ ক্ষতিসাধন।

10/01/2026

মৰঙীত হাতী মানুহৰ সংঘাতৰ ভয়ংকৰ দৃশ্য ।

29/03/2023

নুমলীগড়ৰ ঢলাকছাৰী গাওঁত ঠেঙাল কছাৰী লোকসকলৰ তৰা চিৰা বিহু উৎযাপন।
#তৰা_চিৰা_বিহু

28/03/2023

নুমলীগড়ত অব্যাহত আছে বন্যহস্তিৰ সন্ত্ৰাস।

23/03/2023

নুমলীগড়ৰত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ।

Address

Purabangla
Numaligarh

Alerts

Be the first to know and let us send you an email when Numaligarh Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share