DBS DIARY 24×7

DBS DIARY 24×7 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from DBS DIARY 24×7, Digital creator, Numaligarh.

18/02/2026
18/02/2026

আজি মিচিং সম্প্ৰদায়ৰ কৃষি ভিত্তিক উৎসৱ আলি আই লৃগাং দেৰগাঁও অঞ্চলৰ বিভিন্ন স্থানত উদযাপন কৰা হয়। দেৰগাঁৱৰ পূব ব্ৰহ্মপুত্ৰ অঞ্চলৰ নতুন চাপৰি, বাঁহ গুৰি, ছ গুৰি ধেমাজি, দানী চাপৰি আদি ঠাইত অসম প্ৰদেশ বিজেপি ৰ সম্পাদক বিস্মিতা গগৈয়ে আলি আই লৃগাং ৰ অনুষ্ঠান সমূহত অংশ গ্ৰহণ কৰা দেখা যায়।।

18/11/2025

গোলাঘাট জিলাৰ গণকপুখুৰী হাই স্কুল খেলপথাৰ প্ৰাংগনত স্থানীয় ৰাইজৰ উদ্যোগত প্ৰায় 1000 লোকৰ কণ্ঠত আজি জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে " মায়া বিনি" গান টো পৰিবেশন কৰা হয়।

15/09/2025

প্ৰতিকুল বতৰ নেওচি মোদীৰ আগমনত লাখৰো অধিক লোকেৰে লোকাৰুন্য নুমলীগড়।

13/08/2025
গনকপুখুৰী পানী যোগান আঁচনিৰ এইয়া বিশুদ্ধ পানী দেই।। এইয়াই নেকি প্ৰধান মন্ত্ৰী মহোদয়ৰ সপোনৰ আঁচনিৰ প্ৰকৃত স্বৰূপ।।    ...
23/05/2025

গনকপুখুৰী পানী যোগান আঁচনিৰ এইয়া বিশুদ্ধ পানী দেই।। এইয়াই নেকি প্ৰধান মন্ত্ৰী মহোদয়ৰ সপোনৰ আঁচনিৰ প্ৰকৃত স্বৰূপ।।




অহা ১৬ মাৰ্চ তাৰিখে দেওবাৰে পূৱা ১০ বজাত গুৱাহাটী GNRC হস্পিটেলৰ গেষ্ট্ৰীক আৰু লিভাৰ ৰোগ বিশেষজ্ঞ Dr SOURAV KR. CHARJER ...
09/03/2025

অহা ১৬ মাৰ্চ তাৰিখে দেওবাৰে পূৱা ১০ বজাত গুৱাহাটী GNRC হস্পিটেলৰ গেষ্ট্ৰীক আৰু লিভাৰ ৰোগ বিশেষজ্ঞ Dr SOURAV KR. CHARJER ক লগ পাব।

সঞ্জীৱনী মেডিকেল, গনকপুখুৰী তিনিআলি
যোগাযোগ- 6900537942, 9365567546

স্থান: সঞ্জীৱনী মেডিকেল।         গণকপুখুৰী তিনিআলি।তাৰিখ:২৩/২/২০২৫
06/02/2025

স্থান: সঞ্জীৱনী মেডিকেল।
গণকপুখুৰী তিনিআলি।
তাৰিখ:২৩/২/২০২৫

মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে গোলাঘাট জিলাৰ গনকপুখুৰী স্থিত  "সাৰ্বজনীন শ্ৰী শ্ৰী গণেশ মন্দিৰ...
01/02/2025

মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে গোলাঘাট জিলাৰ গনকপুখুৰী স্থিত "সাৰ্বজনীন শ্ৰী শ্ৰী গণেশ মন্দিৰ" প্ৰাংগনত ভক্তপ্ৰান ৰাইজৰ সমূহীয়া স্ৰমদান আৰু ছাফাই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

গণকপুখুৰি সাৰ্বজনীন শ্ৰী শ্ৰী গণেশ মন্দিৰ পৰিচালনা সমিতিয়ে ভোগালী বিহুৰ দিনাৰ পৰা মন্দিৰৰ ভূমিদাতা,মূৰ্তি দাতা, তথা শুভ...
15/01/2025

গণকপুখুৰি সাৰ্বজনীন শ্ৰী শ্ৰী গণেশ মন্দিৰ পৰিচালনা সমিতিয়ে ভোগালী বিহুৰ দিনাৰ পৰা মন্দিৰৰ ভূমিদাতা,মূৰ্তি দাতা, তথা শুভাকাংখ্যী জ্যেষ্ঠ নাগৰিক সকলক ফুলাম গামোচা আৰু কৃতজ্ঞতা পত্ৰৰে সম্ভাষণ জনায়।

23/12/2024

ধান কটাৰ পাছত নৰা দি কৰা আলু খেতি।।
মাটি কহুৱাৰ প্ৰয়োজন নাই।

Address

Numaligarh

Website

Alerts

Be the first to know and let us send you an email when DBS DIARY 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share