MKP Tv Live

MKP Tv Live MKP TV LIVE news and media website company

08/10/2025

#উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আক্ৰমণ কাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া সাংসদ .আছাদুদ্দিন ওৱাইছিৰ

06/10/2025

আমগুৰিৰ নামতিত প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ আয়োজন

নামতি চাৰিআলিস্থিত অস্থায়ী কাৰ্যালয়ত আহ্বায়ক মণ্ডলীৰ সংবাদমেল

অসমৰ সংগীত জগতৰ ধ্ৰুৱতৰা স্বৰূপ, অসমবাসীৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগত সকলো মৰ্মহত, শোকস্তদ্ধ

প্ৰয়াত শিল্পী জুবিন গাৰ্গক অসমবাসীয়ে জনাইছে শ্ৰদ্ধাঞ্জলি

সমান্তৰালভাৱে বৃহত্তৰ নামতিবাসী ৰাইজে প্ৰয়াত শিল্পী গৰাকীৰ আত্মাৰ সদ্গতি কামনাৰে আয়োজন কৰিছে ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠান

শিৱসাগৰ জিলাৰ নামতি চাৰি আলি হাইস্কুল খেলপথাৰত অহা ১৯ অক্টোবৰত অনুষ্ঠিত হব এই ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠান ॥

নামতি চাৰি আলি হাইস্কুল খেলপথাৰত থকা নাহৰ গছ সমূহৰ তলতে হব আদ্যশ্ৰাদ্ধ অনুষ্ঠান

১৯ অক্টোবৰত জুবিন গাৰ্গক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱাৰ সৰ্বধৰ্মী প্ৰাৰ্থনাৰ লগতে সকলোৱে একেলগে পৰিবেশন কৰিব ময়াবিনী গীত ॥

আমগুৰিৰ পৰা প্ৰজিত গগৈ প্ৰতিবেদন।

06/10/2025

#বিটিচি প্ৰধান হাগ্ৰামা মুহিলাৰীৰ শপত গ্ৰহণ

04/10/2025

#মানবতাৰ #উৎকৃষ্ট #নিদৰ্শন
#মানৱতা আজিওঁ জীয়াই আছে
#মানৱীয়তাক জীয়াই ৰাখিবলৈ চেষ্টা কৰি আছে #কিছু সংখ্যক আই মাতৃ সকলে ওঁ

ভিডিঅটো সংগ্ৰহ ফেচবুক # #

02/10/2025
🚨Assam police is strictly monitoring the social media platforms. If anyone is found spreading “fake AI generated pics or...
01/10/2025

🚨Assam police is strictly monitoring the social media platforms. If anyone is found spreading “fake AI generated pics or fake news” strict legal action will be initiated against them.
Assam Police DGPAssamPolice

অবশেষত গ্ৰেপ্তাৰ হ ল হাৰ্টথ্ৰৱ জুবিন দা কাণ্ডত জৰিত সকলজুবিন অপৰাধীৰ শাস্তি কি বিচাৰে?CJM ৰ বাসগৃহৰ পৰা লুকাই লুকাই CID ...
01/10/2025

অবশেষত গ্ৰেপ্তাৰ হ ল হাৰ্টথ্ৰৱ জুবিন দা কাণ্ডত জৰিত সকল

জুবিন অপৰাধীৰ শাস্তি কি বিচাৰে?

CJM ৰ বাসগৃহৰ পৰা লুকাই লুকাই CID কাৰ্যালয়লৈ শ্যামকানু মহন্ত

মেনেজাৰ সিদ্ধাৰ্থও লকআপত

দুয়োৰে শাস্তি কি হোৱাটো বিচাৰে?

29/09/2025

Man of the tournament Abhishek Sharma has his brand new GWM Haval H9. He's living the moments with his childhoods buddy Shubman Gill.

28/09/2025

প্ৰসংগ:জুবিন গাৰ্গৰ পৰিয়ালৰ এজাহাৰ দাখিল---

জুবিন গাৰ্গৰ খুৰাক জ্যেষ্ঠ সাংবাদিক মনোজ বৰঠাকুৰৰ প্ৰতিক্ৰিয়া---

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ লগতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ সমগ্ৰ টিম তথা অসম এচচিয়েনক বিৰুদ্ধে দাখিল কৰে এজাহাৰ।

সকলোকে তদন্তৰ আওতালৈ আনিবলৈ আহ্বান।

জুবিন গাৰ্গ মোবাইল ফোনকে আদি কৰি সকলো সা-সামগ্ৰী আৰক্ষীক সংগ্ৰহ কৰিবলৈ অনুৰোধ।

28/09/2025

সমূহ শিৱসাগৰবাসী মহিলা সমাজৰ উদ্যোগত আজি শিৱসাগৰ নগৰৰ মাজমজিয়াত অৱস্থিত দৌলমুখ চাৰিআলিৰ কাষত অৱস্থিত ড° ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তিৰ সন্মুখত সদ্যপ্ৰয়াত কণ্ঠশিল্পী, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ দাবীত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। উক্ত কাৰ্য্যসূচীত শিৱসাগৰ জিলাৰ মহিলা সকলৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া সকল উপস্থিত থাকে। উক্ত প্ৰতিবাদী কাৰ্য্যসূচী জুবিন গাৰ্গৰ কণ্ঠৰ "মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক" গানেৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। আজিৰ এই প্ৰতিবাদস্থলীৰ পৰা অসম চৰকাৰক জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খাই থকা শ্যামকোনো মহন্ত আৰু জুবিন গাৰ্গে গাখীৰ খুৱাই সাপ হিচাপে পুহি ৰখা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা সকলোৰে বিৰুদ্ধে উচিত তদন্ত কৰি দোষীসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক আহবান জনায়।
*শিৱসাগৰৰ পৰা মুহিবুল হুচেইনৰ ৰিপৰ্ট*

27/09/2025

জুবিন গাৰ্গৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড বুলি সংবাদমেল যোগে নামতিত দাবী সংগ্ৰামী সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ।

আমগুৰিৰ পৰা প্ৰজিত গগৈ প্ৰতিবেদন।

Address

Tamilnadu
Oragadam
ORAGADAM

Telephone

+917904620598

Website

Alerts

Be the first to know and let us send you an email when MKP Tv Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to MKP Tv Live:

Share