News TODAY

News TODAY সঠিক তথ্যৰে সবল ৰূপত

04/09/2026
04/09/2026

♦️“আজিৰে পৰা মোৰ চাকৰি নাই”
♦️“৩৪টা বছৰ চাকৰি কৰিছিলো, আজিৰে পৰা আৰু নাই”
♦️নগাঁৱৰ জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ
♦️অৱসৰ গ্ৰহণ কৰি কি ক'লে দেৱাশিস শৰ্মাই ?
(নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপ'ৰ্ট)

ৰাজ্যত প্ৰকাশ পালে কৃৰ্তি শিক্ষকৰ তালিকা । তালিকাত ৰাজ্যৰ ১৫ জন কৃৰ্তি শিক্ষকৰ নাম প্ৰকাশ।
03/09/2026

ৰাজ্যত প্ৰকাশ পালে কৃৰ্তি শিক্ষকৰ তালিকা । তালিকাত ৰাজ্যৰ ১৫ জন কৃৰ্তি শিক্ষকৰ নাম প্ৰকাশ।

📌পানীতোলাত প্ৰথম বাৰ্ষিক গ্ৰাম্য কুইজ প্ৰতিযোগিতাৰ আয়োজন। 📌পানীতোলাৰ সু সন্তান তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিজ্ঞা...
03/09/2026

📌পানীতোলাত প্ৰথম বাৰ্ষিক গ্ৰাম্য কুইজ প্ৰতিযোগিতাৰ আয়োজন।
📌পানীতোলাৰ সু সন্তান তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিজ্ঞানী ড• মুকুট গোঁহাইৰ পৃষ্ঠপোষকতাত তিনিচুকীয়া জিলাৰ পানীতোলাত গন্ধিয়া যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত হব উক্ত গ্ৰাম্য কুইজ প্ৰতিযোগিতা।
📌প্ৰতিযোগিতাৰ বিজয়ী সকলৰ বাবে- প্ৰথম পুৰস্কাৰ মানপত্ৰ সহ ৮০০১/- দ্বিতীয় পুৰস্কাৰ মানপত্ৰ সহ ৫০০১/- আৰু তৃত্বীয় পুৰস্কাৰ মানপত্ৰ সহ ৩০০১/- প্ৰদান কৰা হ'ব বুলি উদ্যোক্তা সকলে আমাক জানিবলৈ দিয়ে।

03/09/2026

নবাগত আদৰণি সভা, দেৱীচৰণ বৰুৱা মহিলা মহাবিদ্যালয় আৰু প্ৰতিভা প্ৰদৰ্শন
(যোৰহাটৰ পৰা শ্ৰী মন্ত মাধব বৰুৱাৰ ৰিপ'ৰ্ট)

গোলাঘাটৰ ঐতিৰ্যমণ্ডিত দেৱৰাজ মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন সমাপন ।                          (গোলাঘাটৰ প...
03/09/2026

গোলাঘাটৰ ঐতিৰ্যমণ্ডিত দেৱৰাজ মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন সমাপন । (গোলাঘাটৰ পৰা জয়ন্ত হাজৰিকাৰ ৰিপোৰ্ট)

মিত্ৰতা ভংগ
03/09/2026

মিত্ৰতা ভংগ

02/09/2026

তিতাবৰ মেলামাটিত আৰোহণ সংগীত বিদ্যালয়ৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন
(তিতাবৰ পৰা দুদুল বৰাৰ ৰিপ'ৰ্ট)

02/09/2026

✍️জুবিন গাৰ্গৰ সোঁৱৰণীত বিনামূলীয়া গ্ৰন্থ মেলা।
✍️"জনহিতৈষী পুথিভঁৰাল"ৰ উদ্যোগত অহা ৬ আৰু ৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব এই মহান কাৰ্যভাগ।
✍️আপুনিও গ্ৰন্থ দান কৰিব পাৰিব এই গ্ৰন্থ মেলাত

01/09/2026

🔴ৰৌমাৰী হাতীপাৰাত সদৌ অসম ভিত্তিত ঐতিহাসিক নাও খেল প্ৰতিযোগিতা আয়োজন।
🔴সম্পূৰ্ণ ১১ বছৰ মূৰত বৃহত্তৰ ৰৌমাৰী আৰু হাতীপাৰা যুৱ সংঘৰ উদ্যোগত আয়োজন কৰা হব উক্ত নাওখেল প্ৰতিযোগিতা
(নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপ'ৰ্ট)

Address

Panitola

Alerts

Be the first to know and let us send you an email when News TODAY posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share