খালপতি Official

খালপতি Official VIRAL TOPIC আমাৰ যদি ক'ৰবাত ভুল হয় তেতিয়া ক্ষমা কৰি দিবা বুলি আশা কৰিলো

ভিক্টৰ দাস , বিকাশ অসম আদি ব‍্যক্তিসকলৰ জীৱনৰ পৰা শিক্ষা লব লাগে আমাৰ উঠি অহা যুৱচামে ।বিপদত পৰিলে কাষত নিজৰ ঘৰৰ মানুহৰ ...
28/10/2025

ভিক্টৰ দাস , বিকাশ অসম আদি ব‍্যক্তিসকলৰ জীৱনৰ পৰা শিক্ষা লব লাগে আমাৰ উঠি অহা যুৱচামে ।বিপদত পৰিলে কাষত নিজৰ ঘৰৰ মানুহৰ বাহিৰে কাকো পোৱা নাযায় ।

28/10/2025

Tag Ur Best Friend 😁

28/10/2025

What..?

28/10/2025

শদিয়াৰ পৰা ধুবুৰীলৈ পইচা উঠোৱা
পাৰ্টী বীৰ লাচিত সেনাই আছে। : মুখ্যমন্ত্ৰী

এইখন শংকৰ-আজানৰ দেশত হিন্দু-মুছলমান নচলিব -  ৰবি শর্মা
28/10/2025

এইখন শংকৰ-আজানৰ দেশত হিন্দু-মুছলমান নচলিব - ৰবি শর্মা

28/10/2025

মামাই গমে পোৱা নাই
ভিডিঅ' হৈ আছে 😁

28/10/2025

Wait For End 😂

ধেৎ 😂
27/10/2025

ধেৎ 😂

27/10/2025

মায়াবীনি ❣️

📌 ধন দাবী-অপহৰণত জড়িত বীৰ লাচিত সেনাৰ ৫ সদস্যক গ্ৰেপ্তাৰ📌 বীৰ লাচিত সেনাৰ ৫ সদস্যসহ অপহৰণত জড়িত মুঠ ৮ জনক গ্ৰেপ্তাৰ📌 উ...
27/10/2025

📌 ধন দাবী-অপহৰণত জড়িত বীৰ লাচিত সেনাৰ ৫ সদস্যক গ্ৰেপ্তাৰ
📌 বীৰ লাচিত সেনাৰ ৫ সদস্যসহ অপহৰণত জড়িত মুঠ ৮ জনক গ্ৰেপ্তাৰ
📌 উদ্ধাৰ কৰিছে বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমৰ স্বাক্ষৰিত ধন দাবী পত্ৰ
📌 ৰাহুল মিশ্ৰ নামৰ এজন লোকক অপহৰণ কৰি দাবী কৰিছিল ১৫ৰ পৰা ২০ লাখ টকা

27/10/2025

ৰৈ ৰৈ বিনালৈ সকলোৱে চাব লাগে।💗

27/10/2025

লাচিত সেনাৰ কাৰ্যকলাপক লৈ
আমি গভীৰ অসন্তুষ্ট,আলফাৰ দৰে লাচিত সেনাক,হয়টো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব।

Address

Darrang
784144

Alerts

Be the first to know and let us send you an email when খালপতি Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to খালপতি Official:

Share