Bindass Monidipa

Bindass Monidipa নমস্কাৰ 🙏🙏আপোনালোক সকলোকে আমাৰ পেজ টি লৈ আদৰণি জনাইছোঁ। পেজ টি আগবঢ়ায় নিব বুলি আশা ৰাখিলোঁ।।

19/01/2026

পুৱাৰ সম্ভাষণ জনালোঁ ।সকলোৰে দিনটো মংগল হওঁক🌹🙏

12/01/2026
10/01/2026

Good morning 🌅

Happy new year. 🥰🥰🥰 মোৰ ফেচবুক পৰিয়ালটিক অন্তৰৰ পৰা শুভেচ্ছাৰ জ্ঞাপন কৰিছোঁ
31/12/2025

Happy new year. 🥰🥰🥰 মোৰ ফেচবুক পৰিয়ালটিক অন্তৰৰ পৰা শুভেচ্ছাৰ জ্ঞাপন কৰিছোঁ

সু প্ৰভাত 🙏
30/12/2025

সু প্ৰভাত 🙏

📌📌ফেচবুকৰ শেহতীয়া নীতি আৰু এলগৰিথমৰ পৰিৱৰ্তনৰ ফলত বহুতো কন্টেন্ট ক্ৰিয়েটৰৰ উপাৰ্জন (Earnings) আগতকৈ হ্ৰাস পাইচে,,,,     ...
28/12/2025

📌📌ফেচবুকৰ শেহতীয়া নীতি আৰু এলগৰিথমৰ পৰিৱৰ্তনৰ ফলত বহুতো কন্টেন্ট ক্ৰিয়েটৰৰ উপাৰ্জন (Earnings) আগতকৈ হ্ৰাস পাইচে,,,,
উপাৰ্জন কমি যোৱাৰ প্ৰধান কাৰণসমূহ:
১. নতুন মনিটাইজেচন মডেল (Ads on Reels): আগতে ফেচবুকে ভিউজৰ ওপৰত ভিত্তি কৰি নিৰ্দিষ্ট ধন দিছিল, কিন্তু এতিয়া ই 'পার্ফৰমেন্স' ভিত্তিক হৈ পৰিছে। অৰ্থাৎ কেৱল ভিউজ হ’লেই নহ’ব, বিজ্ঞাপনৰ মানদণ্ড আৰু দৰ্শকে কিমান সময় ভিডিওটো চাইছে তাৰ ওপৰতহে উপাৰ্জন নিৰ্ভৰ কৰে।
২. CPM আৰু RPM হ্ৰাস: বিজ্ঞাপন্দাতা সকলে (Advertisers) বিশেষ ঋতু বা সময় সাপেক্ষে বিজ্ঞাপনৰ দৰ সলনি কৰে। বৰ্তমান বিশ্বৰ বজাৰৰ পৰিস্থিতিৰ বাবে বহু দেশত CPM (Cost Per Mille) কমি গৈছে, যাৰ ফলত ক্ৰিয়েটৰৰ RPM (Revenue Per Mille) কমিছে।
৩. এলগৰিথমৰ পৰিৱৰ্তন: ফেচবুকে এতিয়া "Originality of Content" ৰ ওপৰত অধিক গুৰুত্ব দিয়ে। যদি আপুনি আনৰ ভিডিও এডিট কৰি বা একেই ধৰণৰ কন্টেন্ট দি আছে, তেন্তে ফেচবুকে আপোনাৰ ৰিচ (Reach) আৰু উপাৰ্জন সীমিত কৰি দিয়ে।
৪. Policy Violations: বহু সময়ত অজ্ঞাতে কৰা 'Limited Originality of Content' বা 'Intellectual Property' উলংঘনৰ বাবে মনিটাইজেচন ৰঙা বা হালধীয়া হৈ পৰে, যাৰ ফলত উপাৰ্জন বন্ধ হৈ যায়।
উপাৰ্জন পুনৰ বৃদ্ধি কৰিবলৈ কি কৰিব?
📌নিজস্ব কন্টেন্ট (Original Content): সদায় নিজাকৈ শুট কৰা আৰু এডিট কৰা ভিডিও আপলোড কৰক। আনৰ মিউজিক বা ক্লিপ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক।
📌দীঘলীয়া ভিডিও (Long-form Video): কেৱল ৰীলছৰ ওপৰত নিৰ্ভৰ নকৰি ৩ মিনিটতকৈ অধিক সময়ৰ ভিডিও বনাওক। বেছিকৈ view's আহে আৰু উপাৰ্জনো ভাল হয়।
📌দৰ্শকৰ সৈতে সংযোগ (Engagement): আপোনাৰ ভিডিওত কমেণ্ট কৰা সকলক উত্তৰ দিয়ক। যিমানে বেছি শ্বেয়াৰ আৰু কমেণ্ট হ’ব, সিমানেই ভিডিওটোৰ উপাৰ্জন বৃদ্ধি পাব।
📌নতুন টুলছৰ ব্যৱহাৰ: Facebook for Creators প’ৰ্টেলত গৈ নিয়মিতভাৱে নতুন আপডেট আৰু নীতিসমূহ পৰীক্ষা কৰক। আপুনি 'Bonuses' বা 'Subscriptions' ৰ দৰে নতুন ফিচাৰসমূহৰ বাবে চেষ্টা কৰিব পাৰে।

ফেচবুকত উপাৰ্জন স্থিৰ নহয়। গতিকে কেৱল এটা উৎসৰ ওপৰত নিৰ্ভৰ নকৰি ইউটিউব বা ইনষ্টাগ্ৰামতো নিজৰ কন্টেন্ট শ্বেয়াৰ কৰা উচিত। সঠিক নীতি মানি চলিলে আৰু নিয়মিত কাম কৰিলে এই সমস্যা সমাধান কৰিব পৰা যায়।
মই কৈছোঁ হে আপোনালোকক দেই ,মইও অকল Facebook টো হে চলাই আছোঁ YouTube,insta চলোৱা নাই 😊😊😊😊😊
Copy post

24/12/2025

Good morning ❤️❤️

22/12/2025

সু প্ৰভাত❤️❤️🙏

21/12/2025

Good evening ❤️❤️

🌎আজিৰ দিনটোই কঢ়িয়াই আনক আপোনাৰ বাবে সুখৰ বতৰা🌼সু:প্ৰভাত🌼
19/12/2025

🌎আজিৰ দিনটোই কঢ়িয়াই আনক আপোনাৰ বাবে সুখৰ বতৰা
🌼সু:প্ৰভাত🌼

Address

NH 31
Pathsala
781325

Alerts

Be the first to know and let us send you an email when Bindass Monidipa posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category