Ujjal Time

Ujjal Time Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ujjal Time, Pathsala.

সকলো ধৰণৰ চৰকাৰী আৰু বেচৰকাৰী চাকৰিৰ খবৰ সকলোতকৈ আগতে পাবলৈ আমাৰ এই Page টো Follow কৰি ৰাখিব ! 🫡Jai Hind🇮🇳 Salute Indian Soldiers⚔️🪖🇮🇳
👉 SUBSCRIBE TO MY YOUTUBE CHANNEL
https://www.youtube.com/

শান্তিৰে জিৰণি লওক প্ৰিয় আত্মা!!আপোনাৰ স্মৃতি চিৰদিন আশীৰ্বাদ হৈ থাকিব!! অসমৰ বাঘজন আৰু নাই আমাৰ মাজত!!অসমবাসীক কন্দুৱা...
19/09/2025

শান্তিৰে জিৰণি লওক প্ৰিয় আত্মা!!আপোনাৰ স্মৃতি চিৰদিন আশীৰ্বাদ হৈ থাকিব!! অসমৰ বাঘজন আৰু নাই আমাৰ মাজত!!অসমবাসীক কন্দুৱাই চিৰবিদায় এটা যুগৰ!!😭💔🕉️😭

16/09/2025

📢 ৰাজ্যৰ লাখ লাখ নিৱনুৱা যুৱক-যুৱতীৰ বাবে ডাঙৰ খবৰ। অক্টোৱৰ মাহত হ'ব ৰাজ্যৰ ইতিহাসৰ সৰ্ববৃহৎ নিযুক্তি। অক্টোবৰতে পুনৰ ওলাব অসম আৰক্ষীৰ চাকৰিৰ বাবে বিজ্ঞাপন। অসম আৰক্ষীত চাকৰি কৰিবলৈ ইচ্ছা কৰা সকল সাজু হওক মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা।

Dima Hasao জিলাৰ ফালৰ পৰা Forest Department ৰ নতুনকৈ বিভিন্ন পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে!
15/09/2025

Dima Hasao জিলাৰ ফালৰ পৰা Forest Department ৰ নতুনকৈ বিভিন্ন পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে!

🥰Good News For General Candidates
15/09/2025

🥰Good News For General Candidates

📢DHS ৰ ফালৰ পৰা নতুনকৈ মুকলি হোৱা 191 Post ৰ বাবে Apply আৰম্ভ হৈ গৈছে!অধিক জানিবৰ বাবে তলত দিয়া লিংকটোত ক্লিক কৰক 👇👇👇 ✅...
13/09/2025

📢DHS ৰ ফালৰ পৰা নতুনকৈ মুকলি হোৱা 191 Post ৰ বাবে Apply আৰম্ভ হৈ গৈছে!
অধিক জানিবৰ বাবে তলত দিয়া লিংকটোত ক্লিক কৰক 👇👇👇
✅ Advertisement Details:- https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEg2VjeiwKA-XJbTzjvZazplL9tlYBXgD-BuIOJUtxHmiQFocG9HCYwr2NXqgSgZI9C3JAPM_t5l90QyRvFgUVgEy1gHr9Q98Spw_ygLVGKiJ44og7L8UCLOcuQss1SsadaXXSs-yRG2KE_OFFWat5H2H5PVBfoYOf_YRH-w-9p362-BQ7eJQruoKAUCTNE/s1659/dhs-assam.jpg

📢APSC Grade-IV Recruitment 2025 - Notification Out for Grade-IV 20 Posts ✅ Advertisement Details:- https://apsc.nic.in/a...
09/09/2025

📢APSC Grade-IV Recruitment 2025 - Notification Out for Grade-IV 20 Posts

✅ Advertisement Details:-https://apsc.nic.in/advt_2025/Grade-IV_English_30_2025.pdf

📢অসম লোকসেৱা আয়োগৰ ফালৰ পৰা চতুৰ্থ বৰ্গৰ পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে!
✅অষ্টম শ্ৰেণী উত্তীৰ্ণ সকলেও আবেদন কৰিব পাৰিব
✅আবেদনৰ অন্তিম তাৰিখ ৯ অক্টোবৰ ২০২৫

08/09/2025

"Success" নোহোৱা জীৱনটোতে
মানুহবোৰে ইমান জ্বলে আৰু
"Successful" হ'লে কিজানি গুলিয়াই মাৰিব চাগে!
🖖😓🖖

08/09/2025

With Purabi Kalita – I just got recognized as one of their rising fans! 🎉

📢RRB Group-D(Level-01)Exam Date Out✅Exam Starts From -17 Nov to End of Dec 2025
08/09/2025

📢RRB Group-D(Level-01)Exam Date Out

✅Exam Starts From -17 Nov to End of Dec 2025

World Rhino দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ফালৰ পৰা 10K Half Marathon Run অনুষ্ঠিত কৰিবলৈ গৈ আছে!💸 Total Prize ...
07/09/2025

World Rhino দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ফালৰ পৰা 10K Half Marathon Run অনুষ্ঠিত কৰিবলৈ গৈ আছে!
💸 Total Prize Money 1 Lakh ( Male & Female Category

MALE FEMALE

1st Prize – ₹20,000/- ₹20,000/-

2nd Prize – ₹12,000/- ₹12,000/-

3rd Prize – ₹9,000/- ₹ 9,000/-

4th Prize – ₹5,000/- ₹ 5,000/-

5th Prize – ₹4,000/- ₹ 4,000/-

✅ 21 September 2025

📍Kaziranga Centenary Convention Centre Ground, Kohora Assam

👉 Registration প্ৰক্ৰিয়া চলি আছে✅https://www.townscript.com/e/kaziranga-rhino-run-413330

📢SSC CPO 2024 Medical Date Notice Out👉15.09.25 to 23.09.25
06/09/2025

📢SSC CPO 2024 Medical Date Notice Out👉
15.09.25 to 23.09.25

প্ৰজ্ঞাৰ বীজ সিঁচি সমাজ আলোকিত কৰা প্ৰতিগৰাকী শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞ...
05/09/2025

প্ৰজ্ঞাৰ বীজ সিঁচি সমাজ আলোকিত কৰা প্ৰতিগৰাকী শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ

Address

Pathsala

Alerts

Be the first to know and let us send you an email when Ujjal Time posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Ujjal Time:

Share