23/08/2025
অহা ২৪ আগষ্ট ৰবিবাৰে থিয়নাম প্ৰদৰ্শন কৰাৰ বাবে সাজু হৈ উঠিছে নামনি অসমৰ ১২ খন জিলাৰ ৭০০০ গোপিনী....!! হাউলী আৰু ইয়াৰ দাতিকাষৰীয়া ঠাইৰ আয়তীসকলে আজি হাউলী ৰাস মন্দিৰ প্ৰাঙ্গণত নামৰ অনুশীলন কৰে...!! ॥ Inside Story of Assam ॥
゚