Mrinmay Pathak Reporter - Bajali

Mrinmay Pathak Reporter - Bajali ৰাইজৰ হৈ ৰাইজৰ পক্ষত থাকি।
যোগাযোগ- 8399036810

27/05/2025
27/05/2025

ব্যৱসায়ী সকলৰ বাবে বাতৰিটো পাৰিলে শ্বেয়াৰ কৰিব
বজালীৰ বাতৰি

04/05/2025

ধন্যবাদ

03/05/2025

ARBA LIVE

সাংবাদিকতাৰ ক্ষেত্ৰ খনত খোজ দিয়াৰে পৰা আমাক বিভিন্ন দিহা পৰামৰ্শৰে আগবঢ়াই নিয়া দুয়োগৰাকী দাদাক নতুন দায়িত্ব লাভ কৰাৰ পিছ...
13/04/2025

সাংবাদিকতাৰ ক্ষেত্ৰ খনত খোজ দিয়াৰে পৰা আমাক বিভিন্ন দিহা পৰামৰ্শৰে আগবঢ়াই নিয়া দুয়োগৰাকী দাদাক নতুন দায়িত্ব লাভ কৰাৰ পিছত প্ৰথম খন ফটো।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নতুনকৈ দায়িত্ব লাভ কৰা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকৰ দৰে পদ অলংকৃত কৰা বিজন বায়ন দা আৰু সহকাৰী সম্পাদকৰ দৰে পদ অলংকৃত কৰা মৃদুল তালুকদাৰ দাদালৈ আন্তৰিক শুভেচ্ছা জনালো আহি থকা দিনবোৰত অসমৰ বলিষ্ঠ কণ্ঠ হওক

শিক্ষানগৰী পাঠশালাৰ শিক্ষা লগত জড়িত ব্যক্তি সকলৰ এটা চিনাকী নাম EDUCLUB ৰ উদ্যোগত JAN BRIDDHI FOUNDATION সহযোগত নৱদোয় বি...
13/04/2025

শিক্ষানগৰী পাঠশালাৰ শিক্ষা লগত জড়িত ব্যক্তি সকলৰ এটা চিনাকী নাম EDUCLUB ৰ উদ্যোগত JAN BRIDDHI FOUNDATION সহযোগত নৱদোয় বিদ্যালয় বাচনি পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়।এই অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটোৰ প্ৰতিগৰাকী বিষয়ববীয়ালৈ শুভেচ্ছা আৰু ধন্যবাদ জনালো

বিহুৰ প্ৰাকক্ষণত অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ উপহাৰ বিহুৱান-
13/04/2025

বিহুৰ প্ৰাকক্ষণত অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ উপহাৰ বিহুৱান-

11/04/2025

Exclusive interview 3

11/04/2025

Exclusive interview 1

11/04/2025

Exclusive interview 2

ৰাইজে দিয়া স্বীকৃতি সাংবাদিকৰ আচল স্বীকৃতি । বাকী “সাংবাদিক”ৰ বেনাৰ, পোষ্টাৰ লগাই, মঞ্চত গামোচা পিন্ধি, কাৰ্যালয়ে কাৰ্যা...
27/03/2025

ৰাইজে দিয়া স্বীকৃতি সাংবাদিকৰ আচল স্বীকৃতি । বাকী “সাংবাদিক”ৰ বেনাৰ, পোষ্টাৰ লগাই, মঞ্চত গামোচা পিন্ধি, কাৰ্যালয়ে কাৰ্যালয়ে সুবিধা বিচাৰি নিজকে “সাংবাদিক” হিচাপে “স্বীকৃতি” দিয়াটো তেনেই সাধাৰণ কথা এতিয়া। শেহতীয়াকৈ দিলৱাৰ হুচেইন মজুমদাৰৰ ক্ষেত্ৰত আৰক্ষী তথা মুখ্যমন্ত্ৰীৰ স্থিতিৰ সৈতে একমত হ’ব নোৱাৰিলোঁ।

Address

Pathsala

Telephone

+918399036810

Website

Alerts

Be the first to know and let us send you an email when Mrinmay Pathak Reporter - Bajali posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share