Assam Prime News

Assam Prime News We Will Always Be On The Side Of Justice And Truth

এজন অসহায় যুৱকৰ কাতৰ আহ্বান: এক কৰুণ পথ দুৰ্ঘটনাই জগত বৰুৱাৰ জীৱনলৈ নমাই আনিলে ঘোৰ অমানিশাযোৱা ১৭ ফেব্ৰুৱাৰী (২০২৬) তাৰি...
08/03/2026

এজন অসহায় যুৱকৰ কাতৰ আহ্বান: এক কৰুণ পথ দুৰ্ঘটনাই জগত বৰুৱাৰ জীৱনলৈ নমাই আনিলে ঘোৰ অমানিশা

যোৱা ১৭ ফেব্ৰুৱাৰী (২০২৬) তাৰিখে নাওবৈচা মহাবিদ্যালয়ৰ সমীপত সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাই এজন যুৱকৰ জীৱনলৈ কঢ়িয়াই আনিছে চৰম বিপৰ্যয়। এখন দ্ৰুতবেগী টাটা চুমো বাহনৰ প্ৰচণ্ড খুন্দাত গুৰুতৰভাৱে আহত হয় জগত বৰুৱা নামৰ যুৱকজন।

​এই ভয়ংকৰ দুৰ্ঘটনাটোত জগত বৰুৱাৰ ভৰি এখন সম্পূৰ্ণৰূপে ভাগি যোৱাৰ ফলত বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে। দৰিদ্ৰ পৰিয়ালটোৰ বাবে চিকিৎসাৰ এই বৃহৎ ব্যয় বহন কৰাটো বৰ্তমান অসম্ভৱ হৈ পৰিছে। উন্নত চিকিৎসাৰ জৰিয়তে তেওঁক পুনৰ সুস্থ কৰি তুলিবলৈ আপোনালোকৰ অকণমান সহায় আৰু আশীৰ্বাদৰ একান্ত প্ৰয়োজন।
​মানৱতাৰ খাতিৰত, সক্ষম ব্যক্তিসকলক এই বিপদৰ সময়ত জগতৰ কাষত থিয় হ'বলৈ আমি 'অসম প্ৰাইম নিউজ' (Assam Prime News) পৰ্টেলৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনালোঁ। আপোনাৰ ক্ষুদ্ৰ বৰঙণিয়েই হয়তো এজন যুৱকক পুনৰ নিজৰ ভৰিৰ ওপৰত থিয় হোৱাত সহায় কৰিব পাৰে।
​বেংক একাউণ্টৰ সবিশেষ:

​নাম: Jagat Boruah
​একাউণ্ট নম্বৰ: 11867343327
​IFSC Code: SBIN0007412
​GPay (জি-পে) নম্বৰ: 6003480300

"জুবিন দাৰ প্ৰতি শ্ৰদ্ধা জনাই এইবাৰৰ দেৱালীত বোমা, ফটকাৰ পৰা বিৰত থাকিলো। শব্দ নহওক, পোহৰ হওক।"
29/09/2025

"জুবিন দাৰ প্ৰতি শ্ৰদ্ধা জনাই এইবাৰৰ দেৱালীত বোমা, ফটকাৰ পৰা বিৰত থাকিলো। শব্দ নহওক, পোহৰ হওক।"

Bordoisila Theatre ৰ প্ৰযোজক প্রবীন নাট্যশিল্পী নজৰুল ইছলামক আজি প্ৰদান কৰা হ'ব মহাগুৰু বঁটা
03/08/2025

Bordoisila Theatre ৰ প্ৰযোজক প্রবীন নাট্যশিল্পী নজৰুল ইছলামক আজি প্ৰদান কৰা হ'ব মহাগুৰু বঁটা

03/08/2025

দুৰ্ঘটনাত ন্যায় পাব লাগিলে
আপুনি কোনো জনপ্ৰিয় মানুহৰ বাহনত খুন্দা
খালে হে সমাজে মাত মাতিব

২০২৫-২৬ নাট্যবর্ষত ৰাজধানী থিয়েটাৰৰ মঞ্চত দেখিবলৈ পাব মোহময়ী  অভিনেত্ৰী দেৱাশ্ৰী দাস
31/07/2025

২০২৫-২৬ নাট্যবর্ষত ৰাজধানী থিয়েটাৰৰ মঞ্চত দেখিবলৈ পাব মোহময়ী অভিনেত্ৰী দেৱাশ্ৰী দাস

নন্দিনী কাশ‍্যপৰ সৈতে ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই বাতিল কৰিলে চুক্তি। আগন্তুক দুটা বৰ্ষৰ বাবে চুক্তিবদ্ধ আছিল বিতৰ্কিত নন...
29/07/2025

নন্দিনী কাশ‍্যপৰ সৈতে ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই বাতিল কৰিলে চুক্তি। আগন্তুক দুটা বৰ্ষৰ বাবে চুক্তিবদ্ধ আছিল বিতৰ্কিত নন্দিনী কাশ্যপ।

📌গুজৰাটৰ মহিসাগৰ নদীত অঘটন।📌হঠাৎ গম্ভীৰ দলঙৰ মাজৰ অংশ পৰিল ভাগি।📌মহিসাগৰ নদীৰ ওপৰত আছে গম্ভীৰ দলংখন।📌এই ঘটনাত ৯জন লোকৰ ম...
09/07/2025

📌গুজৰাটৰ মহিসাগৰ নদীত অঘটন।
📌হঠাৎ গম্ভীৰ দলঙৰ মাজৰ অংশ পৰিল ভাগি।
📌মহিসাগৰ নদীৰ ওপৰত আছে গম্ভীৰ দলংখন।
📌এই ঘটনাত ৯জন লোকৰ মৃত্যু।
📌মহিসাগৰ নদীত পৰা কেইবাজন লোকক উদ্ধাৰ।

05/07/2025

Cold drinksৰ নামত খোৱাই আছে বৰবীহ...এইটো মিঞাৰ ব্যক্তিগত কোম্পানিয়ে।

02/07/2025

গোৱালপাৰাত কাণত ধৰি, আঁঠু কাঢ়িলে পংকজ পাঠকক
চুলি গজোৱা শিবিৰত এজন অৱসৰপ্ৰাপ্ত শিক্ষকক প্ৰহাৰ কৰিছিল
পংকজ পাঠক আৰু তেওঁৰ কৰ্মচাৰীয়ে।

মা কামাখ্যাৰ আশীষ বিচাৰি কামাখ্যা মন্দিৰত পৰিবাৰৰ সৈতে ছুপাৰষ্টাৰ ৰবি শৰ্মা লগতে টিম ৰুদ্ৰ |
21/06/2025

মা কামাখ্যাৰ আশীষ বিচাৰি কামাখ্যা মন্দিৰত পৰিবাৰৰ সৈতে ছুপাৰষ্টাৰ ৰবি শৰ্মা লগতে টিম ৰুদ্ৰ |

15/06/2025

মুকালমুৱাৰ ভিন্ন প্ৰান্তত বজ্ৰপাত।
বজ্ৰ পৰি থিতাতে এজন নি*হত, তিনিজন গুৰুতৰভাৱে আহত।

15/06/2025

এইবাৰ অসমত যুঁজ এখন হব ৷
এই যুঁজত আমিয়েই জিকিম ৷
..এই মন্তব্য গৌৰৱ গগৈৰ ।

Address

Pathsala
781325

Website

Alerts

Be the first to know and let us send you an email when Assam Prime News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share