Pathsala - আমাৰ পাঠশালা

Pathsala - আমাৰ পাঠশালা This page is mainly for local news , advertisement and memes. We do paid promotions and also trying to give a platform to local talent. Thank You !

25/09/2025
Pathsala ৰ  বেলেগ বেলেগ স্থানত  অগণন অনুৰাগীয়ে যাচিছে শ্ৰদ্ধাঞ্জলি !!
20/09/2025

Pathsala ৰ বেলেগ বেলেগ স্থানত অগণন অনুৰাগীয়ে যাচিছে শ্ৰদ্ধাঞ্জলি !!

জুবিন দাক এনেকৈ দেখা পাম বুলি কেতিয়াও ভবা নাছিলোঁ 😞
19/09/2025

জুবিন দাক এনেকৈ দেখা পাম বুলি কেতিয়াও ভবা নাছিলোঁ 😞

19/09/2025

Zubeen da
Sekh baror babe mayabini

Job  Shreeram Academy Pathsala
16/09/2025

Job
Shreeram Academy Pathsala

সহযাত্ৰী NGO, পাঠশালাৰ আমন্ত্ৰণত তিনি নিশাৰ কাৰণে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত তিনি খন ভিন্নধৰ্মী নাটকেৰে "থ...
14/09/2025

সহযাত্ৰী NGO, পাঠশালাৰ আমন্ত্ৰণত তিনি নিশাৰ কাৰণে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত তিনি খন ভিন্নধৰ্মী নাটকেৰে "থিয়েটাৰ কলাগুৰু"ৱে যোৱাকালি নাট্য সন্ধ্যাৰ শুভাৰম্ভ কৰে স্বনামধন্য নাট্যকাৰ পৰিচালক অভিজিৎ ভট্টাচাৰ্যৰ "মাতাল যৌৱনৰ তেজ" নাটকেৰে।নাট্য সন্ধিয়াটি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বিশিষ্ট অধিবক্তা তথা সমাজকৰ্মী শ্ৰীযুত গিৰিধৰ চৌধুৰী ডাঙৰীয়াই।

আনহাতে আজি ১৪ ছেপ্টেম্বৰ,ৰবিবাৰে ৰাতিপুৱা ১০ বজাৰ পৰা কলাগুৰু থিয়েটাৰৰ প্ৰেক্ষাগৃহত সহযাত্ৰী NGO পাঠশালাৰ উদ্যোগত তথা মেক্স কেয়াৰৰ সহযোগত এটি বিশেষ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈ যায়।

24*7  Emergency services are available at Narayana Hospital, Guwahati, Amingaon. A dedicated team of Doctors & Nurses ar...
02/09/2025

24*7 Emergency services are available at Narayana Hospital, Guwahati, Amingaon. A dedicated team of Doctors & Nurses are always available.
Emergency number-
8811080907 / 9127750486

Address

Pathsala
781325

Telephone

+919101483376

Website

Alerts

Be the first to know and let us send you an email when Pathsala - আমাৰ পাঠশালা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pathsala - আমাৰ পাঠশালা:

Share