TIME8 Bihar

TIME8 Bihar Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from TIME8 Bihar, Media/News Company, Patna New City.
(3)

TIME8 Bihar is first of its kind fully dedicated Digital News Media from Bihar, ushering a revolution in terms of news collection, unbiased storytelling & fearless journalism powered by raw energy of youth with the tenacity of seasoned journalists.

27/07/2026

অসম বিধানসভাৰ বাজেট অধিৱেশন। প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ সদনৰ কাম-কাজ।

23/07/2026

ক্ৰমাগত দ্বিতীয় দিনাও উজনিৰ বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী।
গোলাঘাটৰ কমাৰবন্ধাত ভাস্কৰ ছিনিয়ৰ বেছিক স্কুলৰ আশ্ৰয় শিবিৰত মুখ্যমন্ত্ৰী |

23/07/2026

ষষ্টদশ অসম বিধানসভাৰ আজি দশম দিন

22/07/2026

আজিৰে পৰা পুনৰ অসম বিধানসভাৰ বাজেট অধিৱেশন। প্ৰশ্নোত্তৰ কালৰে আৰম্ভ সদনৰ কাম-কাজ। বাজেট অধিৱেশন LIVE

16/07/2026

শিক্ষানুষ্ঠানত ধৰ্মীয় মেৰুকৰণৰ নতুন বিতৰ্ক। দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীক পাঠদান কলিমা। অভিযুক্ত মহিলা শিক্ষয়িত্ৰীক চাকৰিৰ পৰা বৰ্খাস্ত।

15/07/2026

বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীৰ ভাষণ

15/07/2026

বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীৰ ভাষণ

14/07/2026

উভতি নহাৰ বাটেৰে গুচি গ'ল অভিনেত্ৰী পূৰৱী শৰ্মা। শোক সাগৰত ম্ৰিয়মান ৰাজ্যবাসী

11/07/2026

জালুকবাৰীৰ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

04/07/2026

মুক্তিৰ দ্বিতীয় দিনাও ছবিগৃহত খলকনি। ককা দেউতা নাতি আৰু হাতী-২ চাই আপ্লুত দৰ্শক। প্ৰতিটো দৰ্শনীত হাইউছফুল দৰ্শক

Address

Patna New City
800001

Alerts

Be the first to know and let us send you an email when TIME8 Bihar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TIME8 Bihar:

Shortcuts

Share