RAHA MEDIA CLUB

RAHA MEDIA CLUB ৰহা অঞ্চলৰ সকলো বাতৰি এই পেজত উপলব্ধ হ'ব

05/07/2022

বানৰ পিছত বিপৰ্যয় .....

04/07/2022

ৰহাত অব্যাহত আছে বান সাহায্যৰ নামত ধন সংগ্ৰহ

30/06/2022

আজিৰ প্ৰতিবেদন

24/04/2022

আৰক্ষীয়ে নহয় এইবাৰ ৰহাৰ দীঘলীআটিত ৰাইজে ধৰিলে দ্ৰাগছ আসক্ত আৰু সৰবৰাহকাৰীক।

13/04/2022

আজি বহাগৰ উৰুকা।উৰুকাৰ দিনা লগে ভাগে এসাজ খোৱাৰ উদ্দেশ্যে বৃহত্তৰ হাতীচোঙ অঞ্চলৰ বিভিন্ন স্থানৰ পৰা অহা ৰাইজে ঐতিহাসিক দীঘলী বিলত সমূহীয়া মৎস্য চিকাৰ কৰে

12/04/2022

পদূলি মুখত হেঁপাহৰ ৰঙালী বিহু। ৰঙালীক আদৰাৰ প্ৰস্তুতিত ব্যস্ত সমগ্ৰ ৰাজ্য । ৰাজ্যৰ সমান্তৰাল ভাৱে ব্যস্ত হৈ পৰা‌ পৰিলক্ষিত হৈছে মৰিগাঁও জিলাৰ এজাৰবাৰী বাসী।

03/04/2022

ৰঙালী বিহুলৈ মাজত মাঠু কেইটামান দিন বাকী থকাৰ প্ৰাকক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল ভাৱে ৰহাতো আজিৰে পৰা ৭ দিনীয়া কাৰ্যসূচীৰে অংকুৰ জ্যোতি বিহুৱা দলৰ উদ্যোগত ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰাঙ্গনত আয়োজন কৰা হৈছে বিহু কৰ্মশালা ।

28/03/2022

ৰহাৰ চাপৰমুখ ৰেল জংচনত ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰে বুজন পৰিমাণৰ গাঞ্জা সহ তিনি সৰ্বৰাহকাৰী

26/03/2022

ৰহাৰ টোলগেটত উত্তপ্ত পৰিস্থিতি ৷

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যৰ লগত হতাহতি টোলগেট কৰ্মীৰ৷

21/03/2022

নাম,কীৰ্তনৰ ধ্বনিৰে দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ ৰূপান্তৰিত হৈছে ৰহাৰ মঠৰবড়িৰ থান প্ৰাঙ্গন।

19/03/2022

ৰহাৰ আমচৈ গাৰোগাঁৱৰ পৰা দুটা হস্তনিৰ্মিত বন্দুকসহ এটা চোৰাং চিকাৰীক আটক কৰিছে আমচৈ আৰক্ষীয়ে।

ধৃত চোৰাং চিকাৰীটোৰ নাম জেকিবাৰ্থ চাংমা।

Address

Raha
782103

Website

Alerts

Be the first to know and let us send you an email when RAHA MEDIA CLUB posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share