Khabar Raha

Khabar Raha নিসন্দেহে নিৰপেক্ষ খৱৰ

01/05/2024

📌 শ্ৰমিক দিৱসৰ দিনা ৰহাত শ্ৰমিকক উষ্ম সম্বৰ্ধনা।
📌প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী উৎপল বনিয়াই বুধবাৰে ৰহাত শ্ৰমিকক জনালে সম্বৰ্ধনা।
📌 যুৱ ব্যৱসায়ীগৰাকীয়ে পৰিবেশ নিকাকৰণকে ধৰি দিনে-নিশাই বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ থকা শ্ৰমিকসকলক গামোচা, ছাটি, চেলেং, গেঞ্জি আদিৰে সম্বৰ্ধনা জনায়।
📌 যুৱ ব্যৱসায়ীগৰাকীৰ এই কাৰ্যক প্ৰশংসা কৰিছে।

12/02/2024

📌ভেলেন্টাইন দে'ৰ প্ৰাকক্ষণত উৎপল বণিয়াই মুকলি কৰিলে"সিঁচি দিয়া ভালপোৱা"শীৰ্ষক গীত

18/01/2024

📌শিল্পী দিৱসৰ লগত সংগতি ৰাখি বৃহত্তৰ ৰহা বিশিষ্ট শিল্পীসকলক বিশেষ সন্মান ।

📌উদ্যোগী যুৱক, সমাজকৰ্মী তথা ডুগডুগী নামৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী উৎপল বনিয়াই জনাই সন্মান।

02/01/2024

📌কাইলৈ তিৱা জনগোষ্ঠীৰ ৰজা বীৰ জোঙালবলহু দিৱস।
📌 ব্যাপক প্ৰস্তুতি চলিছে ৰহাত ঐতিহাসিক জোঙালবলহু দিৱসৰ।

14/12/2023

📌 ৰহা সমীপৱৰ্তী বাৰপূজীয়া বহগাঁও উজনিকুছি এগৰাকী বোৱাৰী নিৰুদ্দেশ।

13/12/2023

📌মাতৃ পুত্ৰ আৰু দেউতাক মিলি একে লগে গালে খগেন মহন্তৰ গীত।

05/12/2023

📌মৰিগাঁও নাৰমাৰীত ভয়ংকৰ অগ্নিকাণ্ড ৷

📌নাৰমাৰীৰ তাহিৰ হুছেইনৰ ঘৰত এই অগ্নিকাণ্ড।

📌এই অগ্নিকাণ্ডত এটা ঘৰ সম্পূৰ্ণ ৰূপে জাহ যোৱাৰ লগতে ঘৰৰ সকলো সা সামগ্ৰি জুইত জাহ যায়৷

📌গেছ চিলিণ্ডাৰ পৰা এই ঘটনা সংঘটিত হয় বুলি সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ ।

📌প্ৰায় ৬/৭ লাখ টকাৰ সামগ্ৰী জুইত জাহ যায় এই অগ্নিকাণ্ডটোত ৷

04/12/2023

📌চুৰৰ ভয়ত ৰাস চাৱলৈ গৰাকীয়ে লৈ আহিলে ৰাস মহোৎসৱলৈ ছাগলী ।কি যে দিন আহিল ।

02/12/2023

📌শুক্ৰবাৰে মৰিগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত হয় মৰিগাঁও SAGE PANINI PUBLIC SCHOOLৰ বাৰ্ষিক অনুষ্ঠান ।

25/11/2023

📌পুৱাই মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা
📌 মৰিগাঁৱৰ পূৱ জালুগুটিত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো
📌দুখন ট্ৰেভেলাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা
📌 দুৰ্ঘটনাত পতিপমত হোৱা ট্ৰেভেলাৰ দুখনৰ নম্বৰ AS-25-BC-6244 আৰু AS-01-GC-4778

25/11/2023

📌কলাইগাওঁত শিক্ষক প্ৰশিক্ষণ শিবিৰত শনিবাৰে এগৰাকী শিক্ষয়িত্ৰীৰ ভংগিমা নৃত্য।

24/11/2023

Address

Raha

Website

Alerts

Be the first to know and let us send you an email when Khabar Raha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share