Assam online video

Assam online video এই বিলাক দেখিবলৈ পাৱ online video/waz tilawat gojol Vlog video/short video
follow কৰক প্লিজ 👇

😭শোকবাৰ্তা🤲 ইন্না-লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিউনঅত্যন্ত দুখেৰে আৰু গভীৰ শোকৰ সৈতে জনোৱা যায় যে অসম হোজাই জিলাৰ জয়নগৰ...
13/09/2026

😭শোকবাৰ্তা🤲

ইন্না-লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিউন

অত্যন্ত দুখেৰে আৰু গভীৰ শোকৰ সৈতে জনোৱা যায় যে
অসম হোজাই জিলাৰ জয়নগৰ পঞ্চায়েত ২ নং ওয়ার্ড অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ প্ৰাক্তন প্ৰধান শিক্ষক জামিয়া অসম জালালীয়া (হোজাই ) মাদ্ৰাছাৰ প্ৰাক্তন শিক্ষক তথা তঞ্জিম মাদাৰিছে কৌমীয়াৰ সাধাৰণ সম্পাদক ও অসম্ দাৰুল হাদীছ নাটেশ্বৰ বানাত মাদ্ৰাছাৰ প্ৰাক্তন প্ৰধান মুহাদ্ধিছ শ্ৰদ্ধাৰ
*হজৰত মৌলানা শ্বেইখ মুহচিন আলী আল-ক্বাছিমী চাহাব* (এ আই‌ ইউ ডি এফৰ‌ আঞ্চলিক সভাপতি মো: হানিফ আহমেদৰ দেউতা) আজি ৰাতি ৮:০০ বজাত ইহসংসাৰ ত্যাগ কৰি মহান আল্লাহৰ ওচৰলৈ গতি কৰে।
তেখেতৰ এই আকস্মিক বিয়োগত অঞ্চলটোৰ লগতে সমগ্ৰ দ্বীনী শিক্ষা জগতত এক গভীৰ আৰু অপূৰণীয় শূন্যতাৰ সৃষ্টি হ'ল। এগৰাকী দক্ষ শিক্ষাবিদ সৎ পথ-প্ৰদৰ্শক আৰু নিঃস্বাৰ্থ সমাজসেৱক হিচাপে সমাজলৈ তেখেতে আগবঢ়োৱা অনবদ্য অৱদান সদায় চিৰস্মৰণীয় হৈ ৰ'ব।
আমি মহান আল্লাহ তায়ালাৰ ওচৰত দোৱা কৰোঁ— আল্লাহে যেন মৰহুমৰ সকলো ভুল-ত্ৰুটি ক্ষমা কৰি জান্নাতুল ফিৰদৌস নসীব কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধসকলক এই অপূৰণীয় ক্ষতি সহ্য কৰাৰ শক্তি (সবৰে জমিল) প্ৰদান কৰে। আমিন।
নামাজ-এ-জানাজাৰ সময়: আজি দুপৰীয়াৰ ১২:৪৫
স্থান: অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ সমূহত আদা কৰা হব

04/08/2026

O Mera Nabi gojol
ও মেরা নবী গজল

19/06/2026

সবাইকে আমার চ্যানেল থেকে আন্তরিক অভিনন্দন বিশেষ করে আপনারা জানাবেন আমার ভিডিও আপনি কোন জায়গায় থাকে দেখেন কমেন্ট বক্সে কমেন্ট করে জানাবেন।

কি শুন্দর ঠাই
11/06/2026

কি শুন্দর ঠাই

11/06/2026

জয়নগৰ মাদ্ৰাছাৰ পবিত্র খতমে বুখাৰী মাগৰিবেৰ আজানৰ দৈখ

11/06/2026

জামিয়া অসম দাৰূল হাদীছ জয়নগৰ মাদ্ৰাছাৰ পবিত্ৰ সতমে বোখাৰীত আছৰৰ আজান শুনক

08/06/2026

Joynagar madrasa bukhari khatam sampurn Disha

24/03/2026

ইশকে নাবী জিন্দাবাদ

22/03/2026

Nilbagan idgah Disha video

Eid Mubarak
21/03/2026

Eid Mubarak

Address

Rangapani

Website

Alerts

Be the first to know and let us send you an email when Assam online video posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category