Renuka Kerketta Gowalla

Renuka Kerketta Gowalla Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Renuka Kerketta Gowalla, Digital creator, Rangapara.

মাননীয় মুখ্যমন্ত্ৰী ড০ Himanta Biswa Sarma ডাঙৰীয়াৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি লাভ কৰা নাহৰকটীয়া বিধানসভা সমষ্টিৰ ...
05/06/2026

মাননীয় মুখ্যমন্ত্ৰী ড০ Himanta Biswa Sarma ডাঙৰীয়াৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি লাভ কৰা নাহৰকটীয়া বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত Taranga Gogoi আৰু ৰঙাপাৰা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত Krisna Kamal Tanti ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন আৰু অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

27/05/2026

🙏🙏🙏

04/05/2026

৬৮ নং ৰঙাপাৰা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা কৃষ্ণ কমল তাঁতী ডাঙৰীয়াক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

14/04/2026
আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰ-ছাত্ৰীক আন্তৰিক অভিনন্দন আৰু লগতে সকলোৰে উজ্জ্বল ভৱিষ্যতৰ কামনা...
10/04/2026

আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰ-ছাত্ৰীক আন্তৰিক অভিনন্দন আৰু লগতে সকলোৰে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলো।

ৰঙাপৰা সমষ্টিৰ হাতীবাৰি গাঁও পঞ্চা়য়তৰ অন্তৰ্গত হাৰচুৰা চাহ বাগিচাত  শ্ৰদ্ধাৰ প্ৰাক্তন বিধায়ক Diganta Ghatowal ডাঙৰীয়া...
05/04/2026

ৰঙাপৰা সমষ্টিৰ হাতীবাৰি গাঁও পঞ্চা়য়তৰ অন্তৰ্গত হাৰচুৰা চাহ বাগিচাত শ্ৰদ্ধাৰ প্ৰাক্তন বিধায়ক Diganta Ghatowal ডাঙৰীয়াই কৰা নিৰ্বাচন প্ৰচাৰৰ কিছু মূহুৰ্ত।
Assam Pradesh
Biswa Sarma
kamal Tanti

নিৰ্বাচনী প্ৰচাৰ
31/03/2026

নিৰ্বাচনী প্ৰচাৰ

আজি  ইং 29/03/26তাৰিখে আমাৰ হাতিবাৰী চাহ বাগিছাৰ ৰাইজৰ লগত আগন্তুক হব লগা বিধানসভা নিৰ্বাচনত BJP চৰকাৰক ভোট দিবলৈ আহ্বান...
29/03/2026

আজি ইং 29/03/26তাৰিখে আমাৰ হাতিবাৰী চাহ বাগিছাৰ ৰাইজৰ লগত আগন্তুক হব লগা বিধানসভা নিৰ্বাচনত BJP চৰকাৰক ভোট দিবলৈ আহ্বান জনোৱা হয়।লগতে আমাৰ BJP চৰকাৰে আমাৰ জনগোষ্ঠীৰ টোৰ বাবে কি কি উন্নয়নমূলক কাম কৰিছে ৰাইজক অৱগত কৰা হয়
কৃষ্ণ কমল তাঁতী জিন্দাবাদ
Krisna Kamal Tanti
Himanta Biswa Sarma
Dilip Saikia

Address

Rangapara

Website

Alerts

Be the first to know and let us send you an email when Renuka Kerketta Gowalla posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share