Time Talks Assam

Time Talks Assam thank you for watching our news keep watching and plz follow our page

11/03/2025
08/03/2025

৭৬ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি কামৰূপ জিলাৰ
অন্যতম বৃহৎ ধৰ্মীয় অনুষ্ঠান ৰঙিয়া বিছেন্নলাৰ শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ পাঁচ দিনীয়া ধৰ্মীয় কাৰ্যসূচীৰে আৰম্ভ হৈছে।

07/03/2025

ADRE ফলাফলৰ পিছত ড্ৰাইভাৰৰ cut of mark দেখি ভিক্টৰ দাস আচৰিত

06/03/2025

অসমলৈ আহি বিপদত পৰিল উত্তৰাখণ্ডৰ বাইক ৰাইডাৰ ননী।
গুৱাহাটীলৈ আহি চুৰি হল ৰাইডাৰ ননীৰ বাইক।
চুৰি বাইক উদ্ধাৰৰ বাবে সহায় বিচাৰি মুখ্যমন্ত্ৰী, DGPলৈ কাতৰ অনুৰোধ।

05/03/2025

“ৰূপহী ৰঙিয়া”ৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৷

04/03/2025

*ৰঙিয়াৰ উদিয়ানাত ভয়ঙ্কৰ পথ দুৰ্ঘটনা।*

নিহত চিদ্দিকুল শইকীয়া নামৰ এজন।

04/03/2025

*“ৰূপহী ৰঙিয়া”ৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বঁটা প্ৰদান অনুস্থানত ইক্ৰাম হুছেইনে পৰিবেশন কৰা জিকিৰ আগবঢ়ালো

03/03/2025

#আপোনালোকৰ সহায়ৰ হাতে মোৰ বুকু শুধা হোৱাৰ পৰা ৰক্ষা পৰিব পাৰে।

#দুৰাৰোগ্য থেলাছেমিয়া ৰোগত আক্ৰান্ত কণমানি জনিক আপোনাৰ অকুণ্ঠ সহায়ে পুণৰ্জীৱন দিয়াত সহায় হব।

#কনমানি জনীৰ মুখত হাঁহি বিৰিঙাবলৈ

সোনেশ্বৰ শাখাত থকা একাউণ্ট (নম্বৰ-৩২৭৪৯৪৫৪২৯৭ IFSC-SBIN-0007038)ত নাইবা
GPay নম্বৰ ৯১২৭২৭৮২৬৬ ত

03/03/2025

ৰঙিয়া হৰিয়ানদৱত চাৰিপ্ৰহৰ একনাম সংকীৰ্তনৰ সোনালী জয়ন্তী বৰ্ষ উদযাপন

02/03/2025

ৰঙিয়া মৰাণজানাত অবৈধ ভাবে স্থাপন কৰা ক্ৰেচাৰ মেচিন বন্ধ কৰাৰ দাবী স্থানীয় ৰাইজৰ

01/03/2025

*ৰঙিয়াত মাজনিশা ৰেল আৰক্ষীৰ আফিং জব্দ*
ৰেল আৰক্ষীৰ নিয়মীয়া তালাচিত জব্দ হৈছে ১ কেজি নিষিদ্ধ আফিং*

27/02/2025

ৰঙিয়া তিনি গুঞা গোপাল মন্দিৰত শিৱৰাত্ৰি উদযাপন

Address

Rangia

Telephone

+919435308441

Website

Alerts

Be the first to know and let us send you an email when Time Talks Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share