Saraighat News

Saraighat News Saraighat News a Fully Digital News Portal of Assam.

28/08/2023

24/08/2023

23/08/2023

22/08/2023

Our Champ Is In Final!!

21/08/2023

21/08/2023

14/08/2023
14/08/2023

07/08/2023

Saraighat News

15/04/2023

ৰঙিয়াৰ আগশাৰীৰ ব্যাক্তি গত খণ্ডৰ বিদ্যালয় কেমব্ৰিজ পাব্লিক চিনিয়ৰ চেকেন্দাৰী স্কুলত আজি প্ৰাক ৰঙালী বিহু উদযাপন কৰা হয় ।বিদ্যালয় খনৰ ছাত্র-ছাত্ৰী সকলৰ মাজত ৰঙালী বিহুৰ পৰম্পৰা অক্ষুন্ন ৰখাৰ প্ৰয়াসেৰে আয়োজন কৰা হয় উক্ত কাৰ্যসূচীৰ ।অসমীয়া জাতিৰ বাপতিসাহোন ৰঙালী বিহু সন্দৰ্ভত ছাত্র-ছাত্ৰী সকলকসম্যক ধাৰণা আগবঢ়োৱা ৰ লক্ষ্যৰে অনুষ্ঠিত কৰা কাৰ্যসুচীৰ অংশ হিচাপে সমবেত ছাত্র-ছাত্ৰী সকলে গীত মাত পৰিৱেশন কৰে ।লগতে বিহু নৃত্যতো অংশগ্ৰহণ কৰে ছাত্র-ছাত্ৰী সকলে ।বিদ্যালয় খনৰ অধ্যক্ষ জৰ্জ টুডুৰ পৰিচালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান টোত পৰিচালন সঞ্চালক ৰমণী ৰাজৱংশী,কল্যাণ বিষয়া মহেন্দ্ৰ কলিতা প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে ।অনুষ্ঠানত বিদ্যালয় খনৰ ছাত্র-ছাত্ৰী সকলৰ লগতে অভিভাৱক -অভিভাৱিকা সকলৰ উপস্থিতি আছিল আকৰ্ষণীয় ।

Address

Rangia

Alerts

Be the first to know and let us send you an email when Saraighat News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share