AparupaTv অপৰূপা টিভি

AparupaTv অপৰূপা টিভি Prince Kashyap,M.D & EDITOR, AparupaTv
Cont.8135819868 please Contact 9085365562
(2)

Hello,
All the dears Assam pupils we are provide you all truths able-bodied news topics on our assam, clear news to base points and entertainment done in the periods of the time in a news.

11/07/2025

Deotar Sopon Serial Episode No-15 Assamese Popular Serial জনপ্ৰিয় ধাৰাবাহিক দেউতাৰ সপোন খণ্ড- ১৫ Entertainment pura ka masala


#

#দেউতাৰসপোন











#

*Please Join Our AparupaTv YouTube Channel*
https://youtube.com/?si=_j3prRCt0oitTLZX

*Please Join Our AparupaTv page*
https://www.facebook.com/aparupatvassamesenews?mibextid=ZbWKwL

*Please Join Our AparupaTv Group*
https://www.facebook.com/share/g/19niLchrb6/

*Please Our Instagram joining*
https://www.instagram.com/invites/contact/?igsh=hsl2e0laoafq&utm_content=wakps8f

যোৱা কালি অনুষ্ঠিত হোৱা District Institute of Education and Traning (DIET), Kamrup, মিৰ্জাত বি.এড. 2023-2025 বৰ্ষৰ বিদায...
11/07/2025

যোৱা কালি অনুষ্ঠিত হোৱা District Institute of Education and Traning (DIET), Kamrup, মিৰ্জাত বি.এড. 2023-2025 বৰ্ষৰ বিদায় ক্ষণৰ ৰৌদ্ৰৰাগ শুভেচ্ছা অনুষ্ঠানৰ কেইটামান বিশেষ মূহুৰ্ত। লগতে ৰবিন দাসৰ তৰফৰ পৰা DIET, Kamrupৰ বহু গুণৰ অধিকাৰী ভগৱান সদৃশ শ্ৰদ্ধাৰ অধ্যক্ষা ডঃ পংকজা বৰুৱা বাইদেউ আৰু শ্ৰদ্ধাৰ ডঃ শিৰোমণি ভূঞা ছাৰক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

🟥ৰঙিয়া মুৰাৰা ৩ নং ওৱাৰ্ডৰ নিবাসী প্ৰয়াত পৱন চন্দ্ৰ বৈশ্যৰ পত্নী তথা বিশিষ্ঠ সমাজসেৱিকা ধৰিত্ৰী বৈশ্যৰ(৭৫) মৃত্যু । 🟥উ...
06/07/2025

🟥ৰঙিয়া মুৰাৰা ৩ নং ওৱাৰ্ডৰ নিবাসী প্ৰয়াত পৱন চন্দ্ৰ বৈশ্যৰ পত্নী তথা বিশিষ্ঠ সমাজসেৱিকা ধৰিত্ৰী বৈশ্যৰ(৭৫) মৃত্যু ।
🟥উচ্চ ৰক্তচাপত আক্ৰান্ত ধৰিত্ৰী বৈশ্যই যোৱা কিছু দিনৰ পৰা ঘৰতে চিকিৎসকৰ চিকিৎসা গ্ৰহণ কৰি আছিল কিন্তু আজি ৰাতিপুৱা তেওঁৰ মৃত্যু হোৱাত সমগ্ৰ ৰঙিয়া চহৰত শোকৰ ছাঁ পৰে । মৃত্যুৰ সময়ত দুই পুত্ৰ ৰূপজ্যোতি বৈশ্য আৰু ডাঃ দ্বীপজ্যোতি বৈশ্য এটি কন্যা সন্তান আৰু দুজনী বোৱাৰী,নাতি-নতিনী আৰু অনেক গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। বিশিষ্ঠ সমাজসেৱিকা ধৰিত্ৰী বৈশ্যৰ মৃত্যুত ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, সাংসদ ভূৱনেশ্বৰ কলিতা, Indian Human Rights Organisation of Assam আৰু The Journalist Council of Assam ৰ সাধাৰণ সম্পাদক ৰবিন দাসৰ লগতে বিভিন্ন জনে শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে।

05/07/2025

Deotar Sopon Serial Episode No-14 Assamese Popular Serial জনপ্ৰিয় ধাৰাবাহিক দেউতাৰ সপোন খণ্ড- ১৪ Entertainment pura ka masala


#

#দেউতাৰসপোন











#

*Please Join Our AparupaTv YouTube Channel*
https://youtube.com/?si=_j3prRCt0oitTLZX

*Please Join Our AparupaTv page*
https://www.facebook.com/aparupatvassamesenews?mibextid=ZbWKwL

*Please Join Our AparupaTv Group*
https://www.facebook.com/share/g/19niLchrb6/

*Please Our Instagram joining*
https://www.instagram.com/invites/contact/?igsh=hsl2e0laoafq&utm_content=wakps8f

ৰঙিয়া তিনিআলি নিবাসী তথা ৰঙিয়া পাব্লিক বাছ ষ্টেণ্ডত থকা ফাষ্ট ফুড ভেনৰ ৰান্ধনী  বিকি দাসৰ (২৩)  পথ দুৰ্ঘটনাত মৃত্যু।
04/07/2025

ৰঙিয়া তিনিআলি নিবাসী তথা ৰঙিয়া পাব্লিক বাছ ষ্টেণ্ডত থকা ফাষ্ট ফুড ভেনৰ ৰান্ধনী বিকি দাসৰ (২৩) পথ দুৰ্ঘটনাত মৃত্যু।

02/07/2025

👉গোৱালপাৰাত পংকজ পাঠকক কেনেকৈ পিতিছে শুনক!
👉কিয় কানত ধৰি আঠু কাঢ়িছিল পংকজ পাঠকৰ মুখেৰে শুনক !

ৰঙিয়া জিলা ক্ৰিকেট দলৰ জয়লাভ 🏏আজি গুৱাহাটী জজ খেল পথাৰত অনুষ্ঠিত হৈ থকা U-15 Girls Inter District Cricket Tornament-20...
02/07/2025

ৰঙিয়া জিলা ক্ৰিকেট দলৰ জয়লাভ 🏏
আজি গুৱাহাটী জজ খেল পথাৰত অনুষ্ঠিত হৈ থকা U-15 Girls Inter District Cricket Tornament-2025 ৰ চুড়ান্ত খেলত ৰঙিয়া জিলা ক্ৰিকেট এছ'চিয়েশ্বন দলৰ জয়লাভ। বিলাসীপাৰা জিলাক ১৮ অভাৰত ৫০ ৰাণ দি অল উইকেট ডাউন কৰাই ৰঙিয়া জিলাৰ ক্ৰিকেট দলটোৱে ।

গুৱাহাটী জজ খেল পথাৰত U-15 Girls Inter District Cricket Tornament-2025 আৰম্ভ ।
02/07/2025

গুৱাহাটী জজ খেল পথাৰত U-15 Girls Inter District Cricket Tornament-2025 আৰম্ভ ।

29/06/2025

Deotar Sopon Serial Episode No-13Assamese Popular Serial জনপ্ৰিয় ধাৰাবাহিক দেউতাৰ সপোন খণ্ড- ১৩ Entertainment pura ka masala



#দেউতাৰসপোন











#

*Please Join Our AparupaTv YouTube Channel*
https://youtube.com/?si=_j3prRCt0oitTLZX

*Please Join Our AparupaTv page*
https://www.facebook.com/aparupatvassamesenews?mibextid=ZbWKwL

*Please Join Our AparupaTv Group*
https://www.facebook.com/share/g/19niLchrb6/

*Please Our Instagram joining*
https://www.instagram.com/invites/contact/?igsh=hsl2e0laoafq&utm_content=wakps8f

সুপ্ৰভাত। জয় মা কামাখ্যা। Have a blessed day ahead 🌷🌷
26/06/2025

সুপ্ৰভাত। জয় মা কামাখ্যা। Have a blessed day ahead 🌷🌷

24/06/2025
17/06/2025

Deotar Sopon Serial Episode No-12 Assamese Popular Serial জনপ্ৰিয় ধাৰাবাহিক দেউতাৰ সপোন খণ্ড- ১২ Entertainment pura ka masala



#দেউতাৰসপোন











#

*Please Join Our AparupaTv YouTube Channel*
https://youtube.com/?si=_j3prRCt0oitTLZX

*Please Join Our AparupaTv page*
https://www.facebook.com/aparupatvassamesenews?mibextid=ZbWKwL

*Please Join Our AparupaTv Group*
https://www.facebook.com/share/g/19niLchrb6/

*Please Our Instagram joining*
https://www.instagram.com/invites/contact/?igsh=hsl2e0laoafq&utm_content=wakps8f

Address

Rangia

Alerts

Be the first to know and let us send you an email when AparupaTv অপৰূপা টিভি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AparupaTv অপৰূপা টিভি:

Share