AparupaTv অপৰূপা টিভি

AparupaTv অপৰূপা টিভি Prince Kashyap,M.D & EDITOR, AparupaTv
Cont.8135819868 please Contact 9085365562
(2)

Hello,
All the dears Assam pupils we are provide you all truths able-bodied news topics on our assam, clear news to base points and entertainment done in the periods of the time in a news.

04/08/2025

Deotar Sopon Serial Episode No-21 Assamese Popular Serial জনপ্ৰিয় ধাৰাবাহিক দেউতাৰ সপোন খণ্ড-২১ Entertainment pura ka masala


#

#দেউতাৰসপোন











#

*Please Join Our AparupaTv YouTube Channel*
https://youtube.com/?si=_j3prRCt0oitTLZX

*Please Join Our AparupaTv page*
https://www.facebook.com/aparupatvassamesenews?mibextid=ZbWKwL

*Please Join Our AparupaTv Group*
https://www.facebook.com/share/g/19niLchrb6/

*Please Our Instagram joining*
https://www.instagram.com/invites/contact/?igsh=hsl2e0laoafq&utm_content=wakps8f

29/07/2025

মৃত্যুৰে হাৰ মানিলে অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে খুন্দিওৱা ছামিউল হকে। ২৫ জুলাইৰ পুৱতি নিশা নন্দিনীৰ বাহনৰ খুন্দাত গুৰুত্বৰ ভাৱে আহত হৈছিল ছামিউল। দোষীয়ে উপযুক্ত শাস্তি পাবনে ? এই প্ৰশ্ন অসমৰ ৰাইজৰ । অপৰূপা টিভিৰ তৰফৰ পৰা তেওঁৰ বিদেহী আত্মাৰ সদগতিৰ কাৰণে কামনা কৰিলোঁ।

যোৱা ২২ জুলাইৰ পৰা ২৭ জুলাই লৈকে ৰঙিয়াৰ এটি সামাজিক সাংস্কৃতিক সংস্হা “সৃষ্টিশীল ৰঙিয়া” ৰ উদ্যোগত ৰঙিয়া চিমবায়চিছ একাডে...
27/07/2025

যোৱা ২২ জুলাইৰ পৰা ২৭ জুলাই লৈকে ৰঙিয়াৰ এটি সামাজিক সাংস্কৃতিক সংস্হা “সৃষ্টিশীল ৰঙিয়া” ৰ উদ্যোগত ৰঙিয়া চিমবায়চিছ একাডেমীত চলি থকা অভিনয় কৰ্মশালাৰ আজি সামৰণি পৰে । সামৰণি অনুষ্ঠানত বহু কেইখন ধাৰাবাহিক আৰু অসমীয়া কথাছবিৰ প্ৰযোজক তথা পৰিচালক ৰবিন দাসে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলক মানপত্ৰ বিতৰণ কৰে। লগতে তেওঁলোকে প্ৰদৰ্শন কৰা বিভিন্ন নৃত্য-গীত আৰু অভিনয় চাই সঁচাকৈয়ে ভাল লাগিল ৷ সদৌ শেষত ছাত্ৰ-ছাত্ৰী সকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে ।

26/07/2025

Deotar Sopon Serial Episode No-19 Assamese Popular Serial জনপ্ৰিয় ধাৰাবাহিক দেউতাৰ সপোন খণ্ড-১৮ Entertainment pura ka masala


#

#দেউতাৰসপোন











#

*Please Join Our AparupaTv YouTube Channel*
https://youtube.com/?si=_j3prRCt0oitTLZX

*Please Join Our AparupaTv page*
https://www.facebook.com/aparupatvassamesenews?mibextid=ZbWKwL

*Please Join Our AparupaTv Group*
https://www.facebook.com/share/g/19niLchrb6/

*Please Our Instagram joining*
https://www.instagram.com/invites/contact/?igsh=hsl2e0laoafq&utm_content=wakps8f

24/07/2025

ৰঙিয়াত অভিনয় কৰ্মশালা ৷ ৰঙিয়াৰ এটি সামাজিক সাংস্কৃতিক সংস্হা “সৃষ্টিশীল ৰঙিয়া” ৰ উদ্যোগত চিমবায়চিছ একাডেমীত অভিনয় কৰ্মশালাৰ সফল শুভ উদ্বোধন কৰা হয় ৷ ২২/৭/২০২৫ তাৰিখৰ পৰা ২৭/৭/২০২৫ তাৰিখলৈ অনুস্হিত কৰিবলৈ লোৱা অভিনয় কৰ্মশালাৰ ২২/৭/২০২৫ তাৰিখে আবেলি চাৰি বজাত মূখ্য বন্তি প্ৰজ্বালন কৰে ৰঙিয়াৰ বিশিষ্ট সমাজ কৰ্মী অৱসৰি শিক্ষক বয়োজ্যেষ্ঠ শ্ৰদ্ধাৰ শ্ৰীযুত দেৱেনন্দ্ৰ নাথ শৰ্মা দেৱে ৷ ইয়াৰ লগতে আমন্ত্ৰিত সমাজ কৰ্মী শ্ৰদ্ধাৰ শ্ৰীযুত যোগেশ শৰ্মা , মূনিন শৰ্মা , গোলোক কলিতা , ভৰত ধিং , পাপৰি শইকীয়া , আদি লোক সকলে ৷ অনুস্হানতি শুভ উদ্বোধন কৰে ৰঙিয়াৰ স্হানীয় বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী সন্মানীয় শ্ৰীযুত ভবেশ কলিতা আৰু আৰিমত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যাপক শ্ৰদ্ধাৰ শ্ৰীযুত নয়নজ্যোতি দাস দেৱে ৷ দুয়োজনে বহত সময় ধৰি অভিনয় সম্পৰ্কে সাৰুৱা বক্তব্য ডাঙি ধৰি আৰু অভিনয় দেখুৱাই সকলোকে আনান্দিত কৰি তুলি অভিনয়ৰ প্ৰতি উৎসাহিত কৰি তোলে ৷ বহুতো লৰা -ছোৱালী অভিভাৱকৰ উপস্থিতিত হোৱা অনুস্হানটি চলি থকাৰ মাজতে সুবৰ্ণ কলিতা আৰু ধিয়েনা কৈশিকৰ গীত মাট পৰিবেশন কৰাৰ লগতে শ্ৰদ্ধাৰ আৰিফুল ৰহমানৰ কবিতা আবৃত্তিয়ে লগতে দুই এজনৰ নাট্যভিনয় কৰি দৰ্শকক মনোৰঞ্জন দিয়ে ৷ অভিনয় কৰ্মশালাটিত আমন্ত্ৰণ কৰি অনা বেহাৰবাৰী আওট পোষ্টৰ বিশিষ্ট অভিনতা শ্ৰদ্ধাৰ শ্ৰীযুত অশ্বিনী ডেকা (মূকুটা ) দেৱে কৰ্মশালাত উপস্থিত হৈ অভিনয়ৰ যোগেদি সকলোকে এটি প্ৰশিক্ষণৰ নমুনা আগবঢ়াই আৰু সকলোকে আনান্দৰ পৰিবেশ গঢ়ি তুলি অভিনয়ৰ প্ৰতি উৎসাহিত কৰি তোলে ৷ অনুস্হানটিত উপস্থিত থাকে বিশিষ্ট লেখক শ্ৰদ্ধাৰ শ্ৰীযুতা ৰীণা কলিতা মহন্ত , চিমবায়চিছ একাডেমীৰ অধ্যাপিকা সন্মানীয়া শ্ৰীযুতা অশোকা দত্ত ৷ “সৃষ্টিশীল ৰঙিয়া ” ৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰী দীনেশ কলিতা , সম্পাদক শ্ৰী অৰূপজ্যোতি নাথ আৰু কৰ্মশালা পৰিচালনাৰ সভাপতি শ্ৰী দ্বীপেন কলিতা সম্পাদক মণ্ডলী ক্ৰমে খাইৰুল হুচেইন , গকুল কলিতা , নিৰেন মেধি লগতে অন্য সম্পাদক দিবস কলিতা , সীমান্ত নাথ , দিব্যজ্যোতি দাস , ধ্ৰুৱ কলিতা , নৃত্য প্ৰশিক্ষিকা কৃষ্ণা বৰ্মন আদি লোক সকলে উপস্থিত থাকি অনুস্হানটি সুকলমে চলাই নিয়াত সহযোগিতা আগবঢ়াই ৷ বাকি দিনবোৰতো প্ৰশিক্ষাৰ্থী সকলৰ উপস্থিতিত অভিজ্ঞ প্ৰশিক্ষণৰ দ্বাৰাই প্ৰশিক্ষণৰ দি থকা হব আৰু দুই এজন বিশিষ্ট অভিনেতা অভিনেত্ৰীক আমন্ত্ৰণ কৰি অনাৰ বাবে ব্যৱস্থা কৰা হৈছে ৷ অনুস্হানটিৰ সঞ্চালক তথা সৃষ্টিশীল ৰঙিয়াৰ মূখ্য উপদেষ্টা শ্ৰদ্বাৰ নাজিৰ আহমেদ দেৱে সভাপতি শ্ৰী দীনেশ কলিতাৰ অনুৰোধ মৰ্মে তেখেতে দুআষাৰ সাৰুৱা বক্তব্যৰে প্ৰথম দিনৰ শুভাৰম্ভনী কাৰ্য্যসূচীতো সফল ৰূপায়ণ হোৱা বুলি সামৰণি কৰে ৷ এই চেগতে ৰঙিয়াৰ জেষ্ঠ সাংবাদিক শ্ৰদ্ধাৰ শ্ৰীযুত তাপস চামদাৰে অভিনয় কৰ্মশালাখনি সফল ৰূপায়ণৰ ক্ষেত্ৰত সক্ৰিয় সহযোগিতা আগবঢ়োৱাৰ বাবে “সৃষ্টিশীল ৰঙিয়া ” ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছে ৷

20/07/2025

Deotar Sopon Serial Episode No-18 Assamese Popular Serial জনপ্ৰিয় ধাৰাবাহিক দেউতাৰ সপোন খণ্ড-১৮ Entertainment pura ka masala


#

#দেউতাৰসপোন











#

*Please Join Our AparupaTv YouTube Channel*
https://youtube.com/?si=_j3prRCt0oitTLZX

*Please Join Our AparupaTv page*
https://www.facebook.com/aparupatvassamesenews?mibextid=ZbWKwL

*Please Join Our AparupaTv Group*
https://www.facebook.com/share/g/19niLchrb6/

*Please Our Instagram joining*
https://www.instagram.com/invites/contact/?igsh=hsl2e0laoafq&utm_content=wakps8f

15/07/2025

Deotar Sopon Serial Episode No-16 Assamese Popular Serial জনপ্ৰিয় ধাৰাবাহিক দেউতাৰ সপোন খণ্ড-১৬ Entertainment pura ka masala


#

#দেউতাৰসপোন











#

*Please Join Our AparupaTv YouTube Channel*
https://youtube.com/?si=_j3prRCt0oitTLZX

*Please Join Our AparupaTv page*
https://www.facebook.com/aparupatvassamesenews?mibextid=ZbWKwL

*Please Join Our AparupaTv Group*
https://www.facebook.com/share/g/19niLchrb6/

*Please Our Instagram joining*
https://www.instagram.com/invites/contact/?igsh=hsl2e0laoafq&utm_content=wakps8f

11/07/2025

Deotar Sopon Serial Episode No-15 Assamese Popular Serial জনপ্ৰিয় ধাৰাবাহিক দেউতাৰ সপোন খণ্ড- ১৫ Entertainment pura ka masala


#

#দেউতাৰসপোন











#

*Please Join Our AparupaTv YouTube Channel*
https://youtube.com/?si=_j3prRCt0oitTLZX

*Please Join Our AparupaTv page*
https://www.facebook.com/aparupatvassamesenews?mibextid=ZbWKwL

*Please Join Our AparupaTv Group*
https://www.facebook.com/share/g/19niLchrb6/

*Please Our Instagram joining*
https://www.instagram.com/invites/contact/?igsh=hsl2e0laoafq&utm_content=wakps8f

যোৱা কালি অনুষ্ঠিত হোৱা District Institute of Education and Traning (DIET), Kamrup, মিৰ্জাত বি.এড. 2023-2025 বৰ্ষৰ বিদায...
11/07/2025

যোৱা কালি অনুষ্ঠিত হোৱা District Institute of Education and Traning (DIET), Kamrup, মিৰ্জাত বি.এড. 2023-2025 বৰ্ষৰ বিদায় ক্ষণৰ ৰৌদ্ৰৰাগ শুভেচ্ছা অনুষ্ঠানৰ কেইটামান বিশেষ মূহুৰ্ত। লগতে ৰবিন দাসৰ তৰফৰ পৰা DIET, Kamrupৰ বহু গুণৰ অধিকাৰী ভগৱান সদৃশ শ্ৰদ্ধাৰ অধ্যক্ষা ডঃ পংকজা বৰুৱা বাইদেউ আৰু শ্ৰদ্ধাৰ ডঃ শিৰোমণি ভূঞা ছাৰক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

🟥ৰঙিয়া মুৰাৰা ৩ নং ওৱাৰ্ডৰ নিবাসী প্ৰয়াত পৱন চন্দ্ৰ বৈশ্যৰ পত্নী তথা বিশিষ্ঠ সমাজসেৱিকা ধৰিত্ৰী বৈশ্যৰ(৭৫) মৃত্যু । 🟥উ...
06/07/2025

🟥ৰঙিয়া মুৰাৰা ৩ নং ওৱাৰ্ডৰ নিবাসী প্ৰয়াত পৱন চন্দ্ৰ বৈশ্যৰ পত্নী তথা বিশিষ্ঠ সমাজসেৱিকা ধৰিত্ৰী বৈশ্যৰ(৭৫) মৃত্যু ।
🟥উচ্চ ৰক্তচাপত আক্ৰান্ত ধৰিত্ৰী বৈশ্যই যোৱা কিছু দিনৰ পৰা ঘৰতে চিকিৎসকৰ চিকিৎসা গ্ৰহণ কৰি আছিল কিন্তু আজি ৰাতিপুৱা তেওঁৰ মৃত্যু হোৱাত সমগ্ৰ ৰঙিয়া চহৰত শোকৰ ছাঁ পৰে । মৃত্যুৰ সময়ত দুই পুত্ৰ ৰূপজ্যোতি বৈশ্য আৰু ডাঃ দ্বীপজ্যোতি বৈশ্য এটি কন্যা সন্তান আৰু দুজনী বোৱাৰী,নাতি-নতিনী আৰু অনেক গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। বিশিষ্ঠ সমাজসেৱিকা ধৰিত্ৰী বৈশ্যৰ মৃত্যুত ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, সাংসদ ভূৱনেশ্বৰ কলিতা, Indian Human Rights Organisation of Assam আৰু The Journalist Council of Assam ৰ সাধাৰণ সম্পাদক ৰবিন দাসৰ লগতে বিভিন্ন জনে শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে।

05/07/2025

Deotar Sopon Serial Episode No-14 Assamese Popular Serial জনপ্ৰিয় ধাৰাবাহিক দেউতাৰ সপোন খণ্ড- ১৪ Entertainment pura ka masala


#

#দেউতাৰসপোন











#

*Please Join Our AparupaTv YouTube Channel*
https://youtube.com/?si=_j3prRCt0oitTLZX

*Please Join Our AparupaTv page*
https://www.facebook.com/aparupatvassamesenews?mibextid=ZbWKwL

*Please Join Our AparupaTv Group*
https://www.facebook.com/share/g/19niLchrb6/

*Please Our Instagram joining*
https://www.instagram.com/invites/contact/?igsh=hsl2e0laoafq&utm_content=wakps8f

ৰঙিয়া তিনিআলি নিবাসী তথা ৰঙিয়া পাব্লিক বাছ ষ্টেণ্ডত থকা ফাষ্ট ফুড ভেনৰ ৰান্ধনী  বিকি দাসৰ (২৩)  পথ দুৰ্ঘটনাত মৃত্যু।
04/07/2025

ৰঙিয়া তিনিআলি নিবাসী তথা ৰঙিয়া পাব্লিক বাছ ষ্টেণ্ডত থকা ফাষ্ট ফুড ভেনৰ ৰান্ধনী বিকি দাসৰ (২৩) পথ দুৰ্ঘটনাত মৃত্যু।

Address

Rangia

Alerts

Be the first to know and let us send you an email when AparupaTv অপৰূপা টিভি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AparupaTv অপৰূপা টিভি:

Share