ASSAM PATRIKA&ne⁷ Digital

ASSAM PATRIKA&ne⁷ Digital 𝐀𝐒𝐒𝐀𝐌 𝐏𝐀𝐓𝐑𝐈𝐊𝐀&𝐧𝐞⁷ 𝐢𝐬 𝐍𝐨𝐫𝐭𝐡𝐞𝐚𝐬𝐭 𝐥𝐞𝐚𝐝𝐢𝐧𝐠 𝐍𝐞𝐰𝐬 𝐰𝐞𝐛𝐬𝐢𝐭𝐞 𝐚𝐧𝐝 𝐃𝐢𝐠𝐢𝐭𝐚𝐥 𝐦𝐞𝐝𝐢𝐚 .

সত্যৰ সন্ধানত/𝐒𝐨𝐦𝐞𝐭𝐡𝐢𝐧𝐠 𝐍𝐞𝐰

📌 কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ। সামাজিক মাধ্যমত পোষ্ট পদত্যাগ পত্ৰ।
25/07/2026

📌 কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ। সামাজিক মাধ্যমত পোষ্ট পদত্যাগ পত্ৰ।

আজি ৰঙিয়া জিলা সমিতি সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা,অসম ৰ তৰফৰ পৰা কঞাঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মাননীয় শ্...
05/07/2026

আজি ৰঙিয়া জিলা সমিতি সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা,অসম ৰ তৰফৰ পৰা কঞাঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মাননীয় শ্ৰীযুত ভাস্কৰজ্যোতি নাথ ডাঙৰীয়াক সৌজন্যমূলক সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰে । সচাকৈ তেখেত এগৰাকী সুদক্ষ আৰক্ষী বিষয়া ,লিখক আৰু সাহিত্য ক্ষেত্ৰৰ লগতো ওতঃপ্ৰোত ভাৱে জড়িত ব্যক্তি ।

উপস্থিত থাকে সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা,অসম ৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক- অলকেশ কলিতা , চছিয়েল মেডিয়া সম্পাদক- হিৰকজ্যোতি কলিতা , ৰঙিয়া জিলা সমিতিৰ উপদেষ্টা- বিশ্বজিৎ কলিতা , সাধাৰণ সম্পাদক- ৰাকেশ কলিতা , সহঃ সাঃ সম্পাদক- ধ্ৰুবজ্যোতি কলিতা , লগতে অমৰজিত শইকীয়া ।
ASSAM PATRIKA&ne⁷

লাভ জেহাদৰ বলি হোৱা ৰোজ আলিয়ে আক্ৰমণ কৰা মৃদুমুদ্ৰা ডেকাৰ  মৃত্যু । GMCH জীৱন মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মা...
03/07/2026

লাভ জেহাদৰ বলি হোৱা ৰোজ আলিয়ে আক্ৰমণ কৰা মৃদুমুদ্ৰা ডেকাৰ মৃত্যু । GMCH জীৱন মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ মৃদুমুদ্ৰা ডেকাই ।

01/07/2026

28/06/2026
অপাৰেশ্যন সিন্দূৰত ছহিদ হৈছিল ৬ বীৰ জোৱান। প্ৰথমবাৰলৈ ছহিদ জোৱানৰ নাম ৰাজহুৱা কেন্দ্ৰৰ। স্থলসেনাৰ ৫ আৰু বায়ুসেনাৰ এজন জো...
26/06/2026

অপাৰেশ্যন সিন্দূৰত ছহিদ হৈছিল ৬ বীৰ জোৱান। প্ৰথমবাৰলৈ ছহিদ জোৱানৰ নাম ৰাজহুৱা কেন্দ্ৰৰ। স্থলসেনাৰ ৫ আৰু বায়ুসেনাৰ এজন জোৱানৰ ছহিদবৰণ। ৪০০ দিনৰ অন্তত ছহিদ জোৱানৰ নাম ৰাজহুৱা। বীৰ জোৱানসকলৰ নাম দিল্লীস্থিত নেচনেল ৱাৰ মেম’ৰিয়েলৰ ৱেবছাইটত সন্নিৱিষ্ট। ছহিদ জোৱানসকল লেন্স নায়ক দীনেশ কুমাৰ, এভিয়েটৰ মুড মুৰলী নায়ক,জোৱান সুনীল কুমাৰ, হাবিলদাৰ সুনীল কুমাৰ সিঙ, বায়ুসেনাৰ সুৰেন্দ্ৰ কুমাৰ, ছুবেদাৰ মেজৰ পৱন কুমাৰ।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত একত্ৰিত কৰি চিত্ৰ অংকন। চিত্ৰশিল্পী হৃষিকেশ শইকীয়াৰ হাতৰ পৰশত জুবিন দা প্ৰতিচ্ছবি। জুবিন ...
26/06/2026

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত একত্ৰিত কৰি চিত্ৰ অংকন। চিত্ৰশিল্পী হৃষিকেশ শইকীয়াৰ হাতৰ পৰশত জুবিন দা প্ৰতিচ্ছবি। জুবিন গাৰ্গৰ এহাজাৰ গীতেৰে আঁকিলে প্ৰতিচ্ছবি ।

জাপানৰ ৰাষ্ট্ৰদূত কেঈচি অ'নোৰ সৈতে মুখ্যমন্ত্ৰীৰ বাৰ্তালাপ। অসমৰ সৈতে জাপানৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ আলোচনা। এক্ট ইষ্ট ...
26/06/2026

জাপানৰ ৰাষ্ট্ৰদূত কেঈচি অ'নোৰ সৈতে মুখ্যমন্ত্ৰীৰ বাৰ্তালাপ। অসমৰ সৈতে জাপানৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ আলোচনা। এক্ট ইষ্ট পলিচীৰ অধীনত চলি থকা অংশীদাৰিত্ব, সহযোগিতাক লৈ আলোচনা। ইলেকট্ৰনিক্স, ছেমি কণ্ডাক্টৰ, আন্তঃগাঁথনিৰ ক্ষেত্ৰতো আলোচনা। পাৰস্পৰিক সহযোগিতা অধিক ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত সহমত। জাপানৰ উদ্যোগ-প্ৰতিষ্ঠানসমূহৰ সৈতে সংযোগ, সহযোগিতা বৃদ্ধিৰ আশা মুখ্যমন্ত্ৰীৰ।

সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা অসম ৰ উদ্যোগত অম্বুবাচী মেলাত উপস্থিত ভক্তক পানীৰ বটল আৰু লঘু আহাৰ বিতৰণ। 25 জুন। এই দিনট...
26/06/2026

সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা অসম ৰ উদ্যোগত অম্বুবাচী মেলাত উপস্থিত ভক্তক পানীৰ বটল আৰু লঘু আহাৰ বিতৰণ।

25 জুন। এই দিনটোতেই সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা অসম সংগঠনটোৰ ভূমিষ্ঠ হৈছিল।সেই উদ্দেশ্যে সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ উদ্যোগত , দক্ষিণ কামৰূপ জিলা,উত্তৰ কামৰূপ জিলা,ৰঙিয়া জিলা , শোণিতপুৰ জিলা,গুৱাহাটী মহানগৰ, গোৱাল পাৰা জিলা , উদালগুৰি জিলা , দৰং জিলাৰ সমন্বিতে বিভিন্ন জিলাৰ সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা অসমৰ বিষয় ববিয়া সকলে মিলিত হৈ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি মহা অম্বুবাচী মেলাত ভক্ত প্ৰাণ ৰাইজ তথা দৰ্শকৰ মাজত লঘূ আহাৰ আৰু পানী বটল বিতৰণ কৰি প্ৰতিষ্ঠা দিৱস পালন কৰে।

কলিতা জাতিৰ উত্তৰণ তথা বিভিন্ন সমস্যা সমাধানৰ বাবে কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা অসমে অহৰহ প্ৰচেষ্টা হাতত লৈ আছে।

#সদৌ_কলিতা_জনগোষ্ঠী_ছাত্ৰ_সন্থা_অসম

Address

Rangia

Alerts

Be the first to know and let us send you an email when ASSAM PATRIKA&ne⁷ Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ASSAM PATRIKA&ne⁷ Digital:

Shortcuts

Share