Unique expression

Unique expression Hi Friends

Recently on 8 January 2025, The Central Government has appointed Dr V Narayanan, currently the director of Liquid Propul...
10/01/2025

Recently on 8 January 2025, The Central Government has appointed Dr V Narayanan, currently the director of Liquid Propulsion Systems Centre (LPSC), Thiruvananthapuram, as the new chairperson of the Indian Space Research Organisation (Isro), and also as the secretary of the Department of Space.

09/01/2025

মই_ভালে_আছো...

:

ৰাতিবোৰো যে কেনেকুৱা ন...! ৰাতিবোৰতে আমি বহুত অকলশৰীয়া অনুভৱ কৰোঁ...! ৰাতিবোৰতে আমি কাৰোবাক মনৰ পৰা বিচাৰো, কাৰোবাক মনত কৰো...! ৰাতিবোৰতে আমি নীৰৱে বিষাদৰ চকুলো টুকো...! কিমান যে নিজেই নিজক দোষ দিওঁ, কিমান যে নিজেই নিজক ভাল হ'ম বুলি প্রতিশ্রুতি দিওঁ... কিমান কি যে চিন্তাৰ মাজত থাকো; শব্দৰে বুজাব নোৱাৰো...!

আৰু সেই ৰাতিৰ মাজতেই যদি কোনোবাই সোধে "কেনে আছা তুমি?"

হাজাৰ বাৰ মনৰ ভিতৰত বিষাদে চিঞৰিলেও ধুনীয়াকৈ কওঁ - "মই ভালে আছো... "
🙂🙂

07/01/2025

ধুমুহা 😧😮😯

07/01/2025

Full Video ৰক্তিম ৰাজখোৱা, ঘৰ নগাঁও , সুন্দৰ প্ৰতিভা আছে তেখেতৰ। ইয়াৰে "তুমি এজাক বৰষুণ হোৱা হলে" গীততি তেখেতে নিজে লিখা❤️🙏 ভিডিওতো পাৰিলে share কৰি দিবচোন কিজানিবা তেখেতে এখন মঞ্চ বা Platform পায়েই




07/01/2025

ৰক্তিম ৰাজখোৱা, ঘৰ নগাঁও , সুন্দৰ প্ৰতিভা আছে তেখেতৰ। ইয়াৰে "তুমি এজাক বৰষুণ হোৱা হলে" গীততি তেখেতে নিজে লিখা❤️🙏 ভিডিওতো পাৰিলে share কৰি দিবচোন কিজানিবা তেখেতে এখন মঞ্চ বা Platform পায়েই




03/01/2025

Study at 12.00am

02/01/2025

1. तमिलनाडुतट पर अधिकतर वर्षा ________ और __________ के दौरान होती है।

02/01/2025

1. तमिलनाडुतट पर अधिकतर वर्षा ________ और __________ के दौरान होती है।
1. अप्रैल और मई
2. अगस्त और सितंबर
3. अक्टूबर और नवंबर
4. मई और जून

SSC GD IMPORTANT QUESTIONS ANSWER 🙏        #
02/01/2025

SSC GD IMPORTANT QUESTIONS ANSWER 🙏
#

Address

Rangia
781380

Alerts

Be the first to know and let us send you an email when Unique expression posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Unique expression:

Share