CuTe Assam

CuTe Assam Follow us for daily updates
Media,News,Motivation, Entertainment etc
Day by Day 24×7
(1)

পঞ্চভূতত বিলীন অসমবাসীৰ হিয়াৰ আমঠু
23/09/2025

পঞ্চভূতত বিলীন অসমবাসীৰ হিয়াৰ আমঠু

23/09/2025

মৰমৰ প্ৰাণৰ শিল্পীজন অমৰ আপুনি। আপুনি আমাৰ মাজত সদায় থাকিব। জয় জুবিন দা 🥺❤️🙏

শয়ান অৱস্থাত হিয়াৰ আমঠুক এবাৰ হেঁপাহ পলুৱাই চাই লওক 🙏জয় জুবিন দা ❤️
22/09/2025

শয়ান অৱস্থাত হিয়াৰ আমঠুক এবাৰ হেঁপাহ পলুৱাই চাই লওক 🙏
জয় জুবিন দা ❤️

জুবিন গাৰ্গৰ দৰে শিল্পী অসমে আৰু আন ৫০ বছৰতো নাপাব: মূখ্যমন্ত্ৰী।
22/09/2025

জুবিন গাৰ্গৰ দৰে শিল্পী অসমে আৰু আন ৫০ বছৰতো নাপাব: মূখ্যমন্ত্ৰী।

📌কাইলৈ পুনৰ AIIMSৰ চিকিৎসকৰ তত্বাৱধানত হ'ব জুবিন দাৰ মৰণোত্তৰ পৰীক্ষা ।
22/09/2025

📌কাইলৈ পুনৰ AIIMSৰ চিকিৎসকৰ তত্বাৱধানত হ'ব জুবিন দাৰ মৰণোত্তৰ পৰীক্ষা ।

প্ৰাণৰ শিল্পী জুবিন দা পদচিহ্ন🙏
21/09/2025

প্ৰাণৰ শিল্পী জুবিন দা পদচিহ্ন🙏

21/09/2025

এইটো জনমৰ বাবে বিদায় জুবিন দা 💔 জয় জুবিন দা। অমৰ জুবিন দা 🥺❤️

21/09/2025

সামাজিক মাধ্যমত ভাইৰেল হোৱা এটি Audio📱 । জুবিন দাৰ নিচিনা সহজ-সৰল মানুহ এই পৃথিৱীত দ্বিতীয়জন নাই। ঘটনাটিৰ উচিত তদন্ত হ'ব লাগে। এই Audioটো সচা নে মিচা।

অমৰ জুবিন দা। জয় জুবিন দা ❤️🙏

Source: Social media.

21/09/2025

অমৰ জুবিন দা 🥺❤️

নতুন দিল্লী বিমানবন্দৰত আমাৰ প্ৰাণৰ, মৰমৰ জুবিনক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ এই মুহূৰ্তক কাহানিও বুজাব নোৱাৰিম। সঁচা কথা ক'বলৈ গ'লে, তেওঁৰ মৃত্যুক এতিয়াও গ্ৰহণ কৰিব পৰা নাই। বাৰে বাৰে মনে কৈছে যেন এই সকলোবোৰ এটি দুঃস্বপ্ন, শেষ হৈ যাব। সঁচাকৈ সময় বৰ নিষ্ঠুৰ। য'তেই থাকা কুশলে থাকিবা, জুবিন! আমাৰ প্ৰত্যেকৰে হৃদয়ত তুমি জীয়াই থাকিবা চিৰদিন-চিৰকাল।

জুবিন দাৰ সমাধিস্থলী ক'ত হোৱাটো বিচাৰে?Guwahati or Jorhat.
20/09/2025

জুবিন দাৰ সমাধিস্থলী ক'ত হোৱাটো বিচাৰে?

Guwahati or Jorhat.

অসমীয়া ৰাইজে একমত হ'লে শ্বেয়াৰ কৰিব 🙏❤️
20/09/2025

অসমীয়া ৰাইজে একমত হ'লে শ্বেয়াৰ কৰিব 🙏❤️

Address

Rangia
781380

Alerts

Be the first to know and let us send you an email when CuTe Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to CuTe Assam:

Share

Category