IKRAM

IKRAM Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from IKRAM, Digital creator, Rangia.

---- ওম শান্তি ---ডিব্ৰুগড় জিলাৰ লেঙেৰী ঠেঙাল গাওঁৰ নিবাসী গৃহৰক্ষী জোৱান ৰুদ্ৰেশ্বৰ গগৈ ডাঙৰীয়াৰ আকস্মিক পথ দুৰ্ঘটনাত...
02/09/2025

---- ওম শান্তি ---
ডিব্ৰুগড় জিলাৰ লেঙেৰী ঠেঙাল গাওঁৰ নিবাসী গৃহৰক্ষী জোৱান ৰুদ্ৰেশ্বৰ গগৈ ডাঙৰীয়াৰ আকস্মিক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ খবৰটো পোৱাত অত্যন্ত মৰ্মাহত হৈছোঁ। লগতে শোকসন্তপ্ত পৰিয়াল বগলৈ সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ তৰফৰ পৰা গভিৰ সমবেদনা জ্ঞাপন কৰিছো।
সভাপতি কৃষ্ণ কান্ত দোলাকাষৰীয়া সাধাৰণ সম্পাদক ইক্ৰাম আলী।
সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থা কেন্দ্ৰীয় সমিতি,অসম।।

At Charr
01/09/2025

At Charr

সমূহ দেশবাসীলৈ ৭৯ তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ ❤️🇮🇳
15/08/2025

সমূহ দেশবাসীলৈ ৭৯ তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ ❤️🇮🇳

আজি একেলগে গুৱাহাটি অভিমুখে যাই থকা কিছু সুন্দৰ মূহূৰ্ত ❤️
12/08/2025

আজি একেলগে গুৱাহাটি অভিমুখে যাই থকা কিছু সুন্দৰ মূহূৰ্ত ❤️

জাপিয়া ফুটবল ক্লাবৰ উদ্যোগত তৃতীয় বাৰ্ষিক প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতা থকা কিছু মূহুৰ্ত।
10/08/2025

জাপিয়া ফুটবল ক্লাবৰ উদ্যোগত তৃতীয় বাৰ্ষিক প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতা থকা কিছু মূহুৰ্ত।

ধুবুৰী জিলাত থকা কিছু মূহুৰ্ত ।
06/08/2025

ধুবুৰী জিলাত থকা কিছু মূহুৰ্ত ।

সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গূহৰক্ষী সন্থাৰ চতুৰ্থ তম বাৰ্ষিক ধুবুৰী অধিৱেশনত বিষয় বাচনি সভাত পূৰণা সমিতিৰ পদত্যাগ কৰাৰ প...
29/07/2025

সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গূহৰক্ষী সন্থাৰ চতুৰ্থ তম বাৰ্ষিক ধুবুৰী অধিৱেশনত বিষয় বাচনি সভাত পূৰণা সমিতিৰ পদত্যাগ কৰাৰ পিছত নতুন সমিতি গঠন কৰে। নতুন সমিতিৰ সভাপতি পদটো ভোটিং ব্যৱস্থাৰ জৰিয়তে কূষ্ণকান্ত দোলাকাষৰীয়া বিপুল ভোটত জয়ী হৈ সভাপতি হিচাপে নিৰ্বাচিত হয় আৰু সাধাৰণ সম্পাদক পদত বিনা প্ৰতিদ্বন্দিতাৰে ইক্ৰাম আলী নিৰ্বাচিত হয়।

22/07/2025
21/05/2025
ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জাচিলোঁ॥
15/04/2025

ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জাচিলোঁ॥

Address

Rangia

Telephone

+919435638481

Website

Alerts

Be the first to know and let us send you an email when IKRAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to IKRAM:

Share