RNY News

RNY News Registered under Gov. of India . RNY News will try to do a social revolution. For unbiased news we are here.
(1)

অসমত ৩ ( তিনি)টা পর্যায়ত ভোট গ্রহন l■ ১৯ এপ্রিল 》》》তেজপুৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা আৰু নগাঁও l■ ২৬ এপ্রিল:》》》...
16/03/2024

অসমত ৩ ( তিনি)টা পর্যায়ত ভোট গ্রহন l

■ ১৯ এপ্রিল 》》》

তেজপুৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা আৰু নগাঁও l

■ ২৬ এপ্রিল:》》》

গুৱাহাটী, ডিফু, শিলচৰ, কৰিমগঞ্জ, দৰং-ওদালগুৰী l

■ ৭ মে: 》》》
বৰপেটা, কোকৰাঝাৰ, ধুবুৰী l

■■■ ৪ জুনত ভোট গণনা l

ৰঙিয়াত ৪০ টাকৈ চুৰি মোবাইল সহ ৰৌহিন চৌহান, মুকেশ বেলদাৰ আৰু বিজয় মৌহিতে আৰক্ষীৰ জালত lৰঙিয়া ষ্টেচনৰ তেজিনা লজত আৰক্ষীয়ে ...
03/02/2024

ৰঙিয়াত ৪০ টাকৈ চুৰি মোবাইল সহ ৰৌহিন চৌহান, মুকেশ বেলদাৰ আৰু বিজয় মৌহিতে আৰক্ষীৰ জালত l

ৰঙিয়া ষ্টেচনৰ তেজিনা লজত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৪০ টাকৈ মোবাইল ফোন l

ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত যোৱা দলটোৱে গ্ৰেপ্তাৰ কৰে বহিঃৰাজ্যৰ তিনিওজন লোকক l





  সমাজৰ প্ৰতি আগবঢ়োৱা প্ৰশংসনীয় সেৱাৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰে প্ৰদান কৰি অহা অসম ৰাজ্যিক অসামৰিক বঁটাৰ সন্মানীয় প্ৰ...
17/01/2024


সমাজৰ প্ৰতি আগবঢ়োৱা প্ৰশংসনীয় সেৱাৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰে প্ৰদান কৰি অহা অসম ৰাজ্যিক অসামৰিক বঁটাৰ সন্মানীয় প্ৰাপকসকলৰ নাম।

  ~ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূমিকম্পৰ  জোকাৰণি, পুৱা ৭.৫৪ বজাত অনুভূত ভূমিকম্পৰ জোকাৰণি।
17/01/2024

~ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূমিকম্পৰ জোকাৰণি, পুৱা ৭.৫৪ বজাত অনুভূত ভূমিকম্পৰ জোকাৰণি।

16/01/2024

বৰ্তমান গৃহ আৰু ৰাজনৈতিক বিভাগৰ ADL. CS হিচাপে কৰ্মৰত ড০ ৰবি কোটা হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব ৷ অহা ৩১ মাৰ্চ ২০২৪ ত ড০ কোটাই গ্ৰহণ কৰিব মুখ্য সচিবৰ দায়িত্ব৷ ৩১ মাৰ্চত উকলিব মুখ্য সচিব পৱন বৰঠাকুৰৰ কাৰ্যকাল৷

 #মনজিৎ_মহন্ত_আৰু_নাইজি এম চি এইছত সোমবাৰে পুৱতি নিশা প্ৰায় ২ বজাত শেষ নিশ্বাস ত্যাগ কৰে মনজিৎ মহন্তই । মৃত্যুৰ সময়ত অস...
10/07/2023

#মনজিৎ_মহন্ত_আৰু_নাই

জি এম চি এইছত সোমবাৰে পুৱতি নিশা প্ৰায় ২ বজাত শেষ নিশ্বাস ত্যাগ কৰে মনজিৎ মহন্তই । মৃত্যুৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ অধ্যক্ষ আছিল মনজিৎ মহন্ত। দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ থকা মনজিৎ মহন্তক প্ৰথমে নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল পাছত পাছত তেওঁক জি এম চি এইছলৈ স্থানান্তৰিত কৰা হয়।

ৰাজনীতিলৈ অহাৰ পূৰ্বে সাংবাদিকতাৰে জড়িত হৈ থকা মনজিৎ মহন্ত এসময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ অগপ চৰকাৰৰ সময়ছোৱাত ৰাজ্য চৰকাৰৰ জন সংযোগ বিভাগৰ উপ সঞ্চালক পৰ্যায়ৰ বিষয়া আছিল।

■অৱশেষত গ্ৰেপ্তাৰ হ'ল বৰ্খাস্ত হোৱা আৰক্ষী বিষয়া বিমান ৰয়।■ অচেতন অৱস্থাত গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা উদ্ধাৰ কৰা হৈছে বিমা...
06/07/2023

■অৱশেষত গ্ৰেপ্তাৰ হ'ল বৰ্খাস্ত হোৱা আৰক্ষী বিষয়া বিমান ৰয়।
■ অচেতন অৱস্থাত গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা উদ্ধাৰ কৰা হৈছে বিমান ৰয়ক।


 | গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন স্থানত ১০:১৭ মিনিটত অনুভূত ভূমিকম্পৰ প্ৰবল জোকাৰণি l
16/06/2023

| গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন স্থানত ১০:১৭ মিনিটত অনুভূত ভূমিকম্পৰ প্ৰবল জোকাৰণি l

ওড়িশা ৰেল দুৰ্ঘটনাঃ কালি সন্ধিয়া প্ৰায় ৭ বজাত বালেশ্বৰৰ সমীপত শালীমাৰ-চেন্নাই ক’ৰ’মেণ্ডেল এক্সপ্ৰেছৰ ১০-১২টা ডবা ৰেলপ...
03/06/2023

ওড়িশা ৰেল দুৰ্ঘটনাঃ কালি সন্ধিয়া প্ৰায় ৭ বজাত বালেশ্বৰৰ সমীপত শালীমাৰ-চেন্নাই ক’ৰ’মেণ্ডেল এক্সপ্ৰেছৰ ১০-১২টা ডবা ৰেলপথৰ পৰা ওলাই বিপৰীত ট্ৰেকত বাগৰি পৰে। কিছু সময়ৰ পাছত য়েছৱন্তপুৰৰ পৰা হাওৰালৈ যোৱা আন এখন ৰে’লে সেই ৰেলপথৰ পৰা আঁতৰি যোৱা ডবাবোৰৰ খুন্দা মাৰিলে যাৰ ফলত তাৰ ৩-৪টা ডবা ৰেলপথৰ পৰা ওলাই যায়। মৃতকৰ সংখ্যা ৩০০জনলৈ বৃদ্ধি ৯০০ ৰো অধিক আহত ৷ RNY NEWS ৰ তৰফৰ পৰা মৃত সকলৰ আত্মাৰ সদ্গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিলো ।

03/04/2023

https://youtu.be/1fVfrIyrcK4

ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয় স্থানান্তৰৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ ।


01/04/2023

িবালয়ৰ_প্ৰৱেশ_দ্বাৰত_সংযোজন_কৰাহ'ল #অসমীয়া_নাম_ফলক।

●BTCত অসমীয়া ভাষাই পালে সমমৰ্যাদা।
●২২ মাৰ্চ তাৰিখে আছুৱে সাক্ষাৎ কৰিছিল BTC চীফ প্ৰমোদ বড়োক ।
●আছুৰ আহ্বানৰ প্ৰতি সহাৰি জনায় এসপ্তাহৰ পিছতেই BTC সচিবালয়ৰ প্ৰৱেশ দ্বাৰত সংযোজন কৰা হ'ল অসমীয়া নাম ফলক।
●BTCৰ অন্য চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠানতো আৰম্ভ হৈছে দুয়োটা ভাষাতে নামফলক লিখা কাম ।

 #অভিনেত্ৰী_ৰবীনা_টেণ্ডনলৈ_২০২৩_বৰ্ষৰ_ড০_ভূপেন_হাজৰিকা_বঁটা২২ এপ্ৰিলত মোহময়ী অভিনেত্ৰী ৰবীনা টেণ্ডনে অংশ ল'ব বেলতলা ব'হা...
01/04/2023

#অভিনেত্ৰী_ৰবীনা_টেণ্ডনলৈ_২০২৩_বৰ্ষৰ_ড০_ভূপেন_হাজৰিকা_বঁটা
২২ এপ্ৰিলত মোহময়ী অভিনেত্ৰী ৰবীনা টেণ্ডনে অংশ ল'ব বেলতলা ব'হাগী উৎসৱত৷ অভিনেত্ৰী ৰবীনা টেণ্ডনক প্ৰদান কৰা হ'ব ২০২৩ বৰ্ষৰ ড০ ভূপেন হাজৰিকা বঁটা৷ এক সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে বেলতলা বিহুৰ উদযাপন সমিতিয়ে৷

Address

Rangiya N. T. Road
Rangiya
781354

Alerts

Be the first to know and let us send you an email when RNY News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share