Pradunya Koch

Pradunya Koch Hi, Friend Welcome to my page

16/06/2025

Train ৰ "X" আখৰ টোৱে কি বুজায় জানি থওঁক

09/06/2025

মুম্বাইৰ এজন প্ৰতিষ্ঠিত অসমীয়া বাদ্যযন্ত্ৰী শিল্পীয়ে শেহতীয়াকৈ মোক Massanger ত ভালেখিনি জ্ঞান দিলে। বিশেষকৈ ৰবি শৰ্মা দাদাই এটি podcast ত বৰ্তমানৰ বিহু ফাংচনত কিছুমান গায়কে কৰা কৰ্মকাণ্ডৰ বিষয়ে ধুনীয়াকৈ কাৰোঁ আঘাত নোহোৱাকৈ উল্লেখ কৰিছিল। তাৰে এটি সৰু কৈ clip এটা মইও upload কৰিছিলো কাৰণ কথাখিনি মইয়ো সমর্থন কৰোঁ আৰু কৰি যাম। তাৰ পিছত উপৰত উল্লেখ কৰা সেই বাদ্যযন্ত্ৰী গৰাকীয়ে মোক নানা তাচিল্যৰ মাজতে সুধিলে তুমি কিবা বাদ্য বজোৱা নেকি বুলি, মই কলোঁ হয় বজাও, তেখেতে আকৌ শুধিলে যে তুমি কি বজোৱা বুলি তেতিয়া কিন্তু মই একো Answer নিদিলোঁ। সেই গতিকে উত্তৰটো মই এতিয়া দিছোঁ যে মই কি কি বজাওঁ 😂। সেইবোৰৰ ঠাইত দৰকাৰ হলে কেতিয়াবা বাল্টি,হেঁতা আদিও বজাই দিওঁ।।😂

28/05/2025

Tag কৰা বোৱাৰী lover friend কিজনক 😆😆

25/12/2024

এইসকলেই আমাৰ ভৱিষ্যত। কৃপা কৰিব, আশীৰ্বাদ কৰিব গুৰুজনাৰ মান ৰাখিবলৈ।।

18/12/2024

#ধান চপাই আছোঁ।।🥰🥰
Pradunya Koch

Address

Sadiya

Alerts

Be the first to know and let us send you an email when Pradunya Koch posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pradunya Koch:

Share

Category