bhagya lakshi

Directions

bhagya lakshi মই এগৰাকী একেবাৰে সাধাৰণ গাঁৱলীয়া মহিলা, দৈনিক ঘৰুৱা কামকাজবোৰ দেখোৱাই আপোনালোকৰ পৰা বহুত মৰম আশীৰ্বাদ পাব বিচাৰোঁ। আপোনালোকৰ অবিহনে মই আধৰুৱা.....🙏🙏🙏

💚🌿💞🙏💞....,         Good morning all...🌄
25/09/2026

💚🌿💞🙏💞....,
Good morning all...🌄

যেতিয়া ফোনত দাতা শেষ হৈ গ'লে পুৰণি এলবাম খুচৰি ফুৰা হয় ঠিক তেনেকৈ সময় পালে অতিতৰ পুৰণি স্মৃতিবোৰ খুচৰি চাবলৈ মন যায়....
25/09/2026

যেতিয়া ফোনত দাতা শেষ হৈ গ'লে পুৰণি এলবাম খুচৰি ফুৰা হয় ঠিক তেনেকৈ সময় পালে অতিতৰ পুৰণি স্মৃতিবোৰ খুচৰি চাবলৈ মন যায়....💚😍

25/09/2026

স্বাৰ্থবোৰ পুৰণ কৰিব পৰালৈকে তুমি ভালেই আৰু স্বাৰ্থ পুৰণ কৰিব নোৱাৰিলে তুমি আগতে কৰি অহা উপকাৰৰ কথা পাহৰি যায় আজিকালি এইয়াই সঁচা 🤔

25/09/2026

উফ ইমান গৰম আজি
🌞🌞🥵

25/09/2026

অ যাদৱ উঠা বনমালী টি জগতৰ পতি হে,
অ মাধৱ উঠা বনমালী জগতৰৰ পতি হে...
🌄🙏🙏🙏

ক'বলৈ ভাষা, শব্দ হেৰাই যায় আমাৰ দৰে সাধাৰণ মানুহৰ ঘৰত অমিতা এনেকুৱা ষ্টাইলত লাগে,মানে বেপাৰীও কিনি নিবলৈ ভয় কৰে । অমিত...
24/09/2026

ক'বলৈ ভাষা, শব্দ হেৰাই যায় আমাৰ দৰে সাধাৰণ মানুহৰ ঘৰত অমিতা এনেকুৱা ষ্টাইলত লাগে,মানে বেপাৰীও কিনি নিবলৈ ভয় কৰে । অমিতা ডিজাইনটো দেখিয়েই......😂😂😂

💞🙏💞😘সময়ে শিকালে মৌন হ'বলৈ,জীৱনে শিকালে সহ্য কৰিবলৈ,পৰিস্থিতিয়ে শিকালে জীৱন জীয়াবলৈ, এতিয়া কাৰো ওচৰত কোনো আক্ষেপো নকৰ...
24/09/2026

💞🙏💞😘
সময়ে শিকালে মৌন হ'বলৈ,
জীৱনে শিকালে সহ্য কৰিবলৈ,
পৰিস্থিতিয়ে শিকালে জীৱন জীয়াবলৈ,
এতিয়া কাৰো ওচৰত কোনো
আক্ষেপো নকৰোঁ । এইবোৰ যেতিয়া জীৱনে প্ৰতি মুহূৰ্তত শিকাই গ'ল, সেয়েহে এতিয়া নিজৰ প্ৰতিবিম্বটো বাদে কাকো আপোন বুলি নাভাবোঁ🤗

24/09/2026

゚

24/09/2026

পুৱাৰ হাঁহি হিমচেচা বতাহ জাকে দৰদী দৰদী হৃদয়ৰ খবৰ আনে...😘😘😍💞
Good morning all 🌄💞🙏💞

Address

Dhola,Sadiya
Sadiya
786154

Website

Alerts

Be the first to know and let us send you an email when bhagya lakshi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share