Our Sivasagar আমাৰ শিৱসাগৰ

Our Sivasagar আমাৰ শিৱসাগৰ শিৱসাগৰ,প্ৰতিটো ক্ষণতে আমি আছোঁ আপোনাৰ সৈতে....✍️🙏
(1)

27/10/2025

বীৰ লাচিত সেনাৰ শেহতীয়া ঘটনাক লৈ শৃংখল চলিহাৰ সংবাদমেল…
#আমাৰ_শিৱসাগৰ

📌 শীঘ্ৰেই অসমত নিষিদ্ধ হ’ব পাৰে বীৰ লাচিত সেনা📌 লাচিত সেনাৰ কাম-কাজত আমি গভীৰভাৱে অসন্তুষ্ট: CM📌 'ধন দাবী, মাৰপিট আদি কৰ...
27/10/2025

📌 শীঘ্ৰেই অসমত নিষিদ্ধ হ’ব পাৰে বীৰ লাচিত সেনা
📌 লাচিত সেনাৰ কাম-কাজত আমি গভীৰভাৱে অসন্তুষ্ট: CM
📌 'ধন দাবী, মাৰপিট আদি কৰি পৰিৱেশ বিনষ্ট কৰিছে লাচিত সেনাই'
📌 আমি লাচিত সেনাৰ কাম-কাজৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিছো: CM
📌 অসমৰ আইমাতৃক বেয়া ব্যৱহাৰ কৰা নেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব: মুখ্যমন্ত্ৰী

#আমাৰ_শিৱসাগৰ

   #আমাৰ_শিৱসাগৰ
27/10/2025

#আমাৰ_শিৱসাগৰ

25/10/2025

শিৱসাগৰত বিশেষভাৱে সক্ষম শিশুৱে মায়াবীনি শীৰ্ষক গীতেৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি ….

শিৱসাগৰ জিলা প্ৰশাসনে জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰা প্ৰাপ্ত তথ্যৰ আধাৰত আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোগৰ সংক্ৰমণ ৰোধ...
24/10/2025

শিৱসাগৰ জিলা প্ৰশাসনে জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰা প্ৰাপ্ত তথ্যৰ আধাৰত আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোগৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা-২০২৩ৰ ১৬৩ নং ধাৰাৰ অধীনত শিৱসাগৰ জিলাৰ ডিমৌ, শিৱসাগৰ আৰু নাজিৰা ৰাজহ চক্ৰৰ অধীনত জীৱিত গাহৰি, গাহৰিৰ মাংসৰে প্ৰস্তুত খাদ্য সামগ্ৰী আৰু গাহৰিৰ মাংসৰ সৰবৰাহ নিষিদ্ধ কৰিছে। কোনো ব্যক্তি উক্ত কাৰ্য্যত লিপ্ত হ'লে আইনমতে দণ্ডনীয় হ'ব। ১৬৩ ধাৰাৰ অধীনত দুই বছৰ পৰ্যন্ত কাৰাবাস, অৰ্থদণ্ড বা উভয়ৰে দণ্ডিত কৰা যাব। জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগে এই সন্দৰ্ভত জিলাখনৰ বিভিন্ন স্থানত তীব্ৰ অভিযান অব্যাহত ৰাখিছে। সমান্তৰালভাবে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰো পদক্ষেপ গ্ৰহণ কৰা হৈছে।

Directorate of Information and Public Relations, Assam
DIPRO, Sivasagar

23/10/2025

*অৱশেষত ফাঁচী দিয়া হল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ।

*শিৱসাগৰ দৌলমুখ চাৰিআলিত ফাঁচী দিয়া শ্যাম কানু আৰু সিদ্ধাৰ্থ নামৰ জাতীয় শত্ৰু কেইটাক ।

*এনে এক খৱৰ লাভ কৰিবৰ বাবেই ব্যাকুল হৈ আছে অসমবাসী ।

*প্ৰতিজন শোকাৰ্ত অসমীয়াই মনে প্ৰাণে কামান কৰিছে কঠোৰ শাস্তি ।

*ৰাজ্যখনৰ অন্যান্য স্থানৰ লগতে শিৱসাগৰটো ইয়াৰেই প্ৰতিফলন ঘটিল ।

*বাস্তৱিকতে নহলেও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতীকী ৰূপত ফাঁচী দিলে জাতীয় শত্ৰু হিচাপে পৰিগণিত হোৱা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক।

*জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি সমগ্ৰ অসমৰ লগতে শিৱসাগৰটো এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

আৰ্টিষ্টৰ এটাই পলিটিক্স - " সদায় ৰাইজৰ লগত , ৰজাৰ লগত কেতিয়াওঁ নহয় "  "চাল্লা হাৰ্টথ্ৰব , তই কেতিয়াবা ৰৈ যাবি নেকি"  ...
23/10/2025

আৰ্টিষ্টৰ এটাই পলিটিক্স - " সদায় ৰাইজৰ লগত , ৰজাৰ লগত কেতিয়াওঁ নহয় "

"চাল্লা হাৰ্টথ্ৰব , তই কেতিয়াবা ৰৈ যাবি নেকি" ?

23/10/2025
   #আমাৰ_শিৱসাগৰ
22/10/2025

#আমাৰ_শিৱসাগৰ

22/10/2025

বি জে পি চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শিৱসাগৰত বিস্ফোৰণ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়াৰ---

চৰকাৰে চৰকাৰৰ পৰা ন্যায় বিচৰা প্ৰক্ৰিয়া আৰু আমিও জুবিন তুমিও জুবিন শ্লোগানৰ পৰা অসমৰ ৰাইজক সাৱধান হোৱাৰ বাবে আহ্বান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়াৰ---

#আমাৰ_শিৱসাগৰ

       #আমাৰ_শিৱসাগৰ
22/10/2025

#আমাৰ_শিৱসাগৰ

22/10/2025

Address

Sibsagar
Sibsagar
785640

Opening Hours

Monday 7am - 11:30pm
Tuesday 7am - 11pm
Wednesday 7am - 11pm
Thursday 7am - 11pm
Friday 7am - 11pm
Saturday 7am - 11pm

Telephone

+919101154242

Website

Alerts

Be the first to know and let us send you an email when Our Sivasagar আমাৰ শিৱসাগৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share