19/09/2025
🙏🙏🙏
ব্ৰহ্মা আদি কৰি জীৱ যত
ৰাম ৰাম ৰাম ৰাম ৰাম
মায়া সজ্জা মাজে আছয় ঘূমতি যাই।।
অসমৰ সাংস্কৃতিক জগতখনৰ বাহক স্বৰূপ দুখীয়াৰ বন্ধু তথা অসমৰ সৰ্বস্তৰৰ লোকৰ বাবে হিয়াৰ আমঠু প্ৰাণৰো প্ৰাণৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ বাবে এটা কোনোকালেই পূৰাব নোৱাৰা এটি অপূৰণীয় ক্ষতি।
আমি সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ তৰফৰ পৰা মহান জনৰ জীৱাত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেখেতৰ পৰিয়ালবৰ্গ তথা সমুহ অসমবাসী ৰাইজলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো। লগতে পৰম প্ৰভু ভগৱন্তৰ শ্ৰী চৰণত প্ৰাৰ্থনা জনাইছো যাতে তেখেতে য'তেই আছে সেই ঠাইতে এটি উজ্জ্বল নক্ষত্ৰ হৈ চিৰদিনলৈ পোহৰ বিলাই থাকক।।
ৰাম.............
Zubeen Garg