19/09/2026
গানে কি আনে, সুৰৰ সোপানে সোপানে…
প্রাণৰ শিল্পী, মৰমৰ জুবিন গার্গ।প্ৰতিজন অসমবাসী-সংগীতপ্রেমীৰ হৃদয়ত প্ৰাণৰ শিল্পী গৰাকী জীয়াই আছে,অনন্তকাললৈকে থাকিব,তেওঁৰ সৃষ্টিৰ প্ৰতিটো সুৰে আজিও মনত জগাই তোলে অজস্ৰ স্মৃতি। জাতীয় জীৱনৰ চিৰসেউজ মহান সত্তাক স্মৰণ কৰি ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলা মহিলা মৰ্চাৰ সকলো বিষয়ববীয়াৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ 🙏