Sandeep gogoi

Sandeep gogoi Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sandeep gogoi, Video Creator, Sibsagar.

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সভাপতি,সাধাৰণ সম্পাদক আৰু সংগঠনৰ বিষয়ববীয়া সকলক অগণতান্ত্ৰিক ভাৱে চ...
02/09/2026

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সভাপতি,সাধাৰণ সম্পাদক আৰু সংগঠনৰ বিষয়ববীয়া সকলক অগণতান্ত্ৰিক ভাৱে চৰকাৰে প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে গণতান্ত্ৰিক ভাৱে কৰা আন্দোলনক মষিমূৰ কৰিবলৈকে গ্ৰপ্তাৰ কৰিছে তেওঁলোকক অনতিপলমে বিনাচৰ্তে মুক্তি দিব লাগে

Chao Sandeep Gogoi

01/09/2026

গড়গাওঁ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ ধাৰাবাহিক সংগ্ৰামৰ পাছত অসম চৰকাৰৰ শিক্ষা বিভাগ আৰু মহাবিদ্যালয় কর্তৃপক্ষই এক সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও, ছাত্ৰ ছাত্ৰী সকলৰ সমস্যাৰ কেৱল ৫০ শতাংশহে সমাধান হৈছে বা ছাত্ৰ সমাজৰ ৫০% দাবীহে মানি লৈছে .....

এয়া ছাত্ৰ সমাজৰ এক আংশিক জয়, কিন্তু সকলো বঞ্চিত ছাত্র-ছাত্রীয়ে ন্যায় নোপোৱালৈকে, এই সংগ্রাম অব্যাহত থাকিব।

"জয় আই অসম"

Chao Sandeep Gogoi

26/08/2026

Address

Sibsagar

Telephone

+916901323468

Website

Alerts

Be the first to know and let us send you an email when Sandeep gogoi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sandeep gogoi:

Shortcuts

Share

Category