Ruhini Kr Boruah

Directions Website Contact the business

Ruhini Kr Boruah আমিও শিকাৰুহে, শিক্ষক নহয় ।।
আপোনাৰ যাত্ৰাত সহযাত্ৰীহে হ'ব বিচাৰোঁ।। 🦋🥀

09/08/2026
তুমি বিচাৰিলে আকাশৰ জোনটোও আনি দিব পাৰিম বুলি কৈছিলো, এতিয়া পানীত ভূৰ লৈ গৈ মধুৰী আনি দিব লাগে।। 😊☘️🍂
06/08/2026

তুমি বিচাৰিলে আকাশৰ জোনটোও আনি দিব পাৰিম বুলি কৈছিলো, এতিয়া পানীত ভূৰ লৈ গৈ মধুৰী আনি দিব লাগে।। 😊☘️🍂

সখা, ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ দেই।। ভালে থাকা সদায়।। 🌸❤️Ritu Sadhanidar
04/08/2026

সখা, ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ দেই।। ভালে থাকা সদায়।। 🌸❤️

Ritu Sadhanidar

অসমবাসী ৰাইজৰ লগতে এই দুজন মানুহকো কেতিয়াও পাহৰিব নোৱাৰিম।।এগৰাকী শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া আন গৰাকী নাজিৰাৰ ব...
30/07/2026

অসমবাসী ৰাইজৰ লগতে এই দুজন মানুহকো কেতিয়াও পাহৰিব নোৱাৰিম।।

এগৰাকী শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া আন গৰাকী নাজিৰাৰ বিধায়ক ময়ুৰ বৰগোহাঁই ডাঙৰীয়া।।

আমাৰ এই বান বিধষ্ট মানুহখিনিক সাহাৰ্য দিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণেৰে সহায়ৰ হাত আগবঢ়োৱা অসমবাসী ৰাইজৰ শ্ৰীচৰণত সেৱা জনাইছোঁ।। আপোনালোকৰ এই সহায় কেতিয়াও কোনো কালে আমি নাপাহৰো।।

এই দুগৰাকী জননেতা দুয়োগৰাকীয়েই বানাক্ৰান্ত।। তথাপিও যিদৰে দিনে-ৰাতিয়ে বানে বিধষ্ট কৰি দিশহাৰা কৰা ৰাইজৰ লগত দৌৰি ফুৰিছে আমি দেখিয়েই তবধ মানিছো।।

ইয়াৰ লগতে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ কথাও আমি চিৰদিনলৈ মনত ৰাখিম।। তেখেতৰ এই মহানুভৱতাক চেলুট জনাইছোঁ।। এই বয়সতো তেখেতে বানৰ কৱলত পৰি থকা ৰাইজৰ কাষত থাকি যিদৰে সহায়ৰ হাত আগবঢ়াইছে এইয়া আমি কোনো কালে নাপাহৰো।।

সহায়ৰ হাত আগবঢ়োৱা প্ৰতি গৰাকী অসমবাসী ৰাইজ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে বিভিন্ন প্ৰকাৰেৰে সহায়ৰ হাত আগবঢ়োৱা জিলা প্ৰশাসনলৈ পুনৰবাৰ সেৱা জনাইছোঁ।।

শেষত, অখিলদা আৰু ময়ূৰদা আপোনালোক দুগৰাকীক লৈ আজি শিৱসাগৰবাসীয়েই নহয় অসমবাসী গৌৰৱান্বিত।। ভগৱানে আপোনালোকক শক্তি দিয়ক।। আৰ্শীবাদ দিব পৰা বয়স নাই হোৱা যদিও অন্তৰৰ পৰা প্ৰভূক খাটিছো মোৰ অলপ বয়স আপোনালোক দুগৰাকীলৈ পঠাই দিয়ক প্ৰভূৱে।। আপোনালোকৰ দৰে জননেতা আমাক সদায় প্ৰয়োজন।। স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব।। 😔🙏🙏

Akhil Gogoi || Mayur Boorgohaain

আমাৰ শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাট জিলাৰ বানপীড়িত শিক্ষাৰ্থীসকলৰ বাবে - শেহতীয়া বানপানীত নিজৰ শৈক্ষিক নথি-পত্ৰ ...
30/07/2026

আমাৰ শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাট জিলাৰ বানপীড়িত শিক্ষাৰ্থীসকলৰ বাবে -

শেহতীয়া বানপানীত নিজৰ শৈক্ষিক নথি-পত্ৰ হেৰুওৱা শিক্ষাৰ্থীসকলক সকাহ আৰু সহায় যোগোৱাৰ উদ্দেশ্যে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে (ASSEB) চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত শিক্ষাৰ্থীসকলৰ বাবে হাইস্কুল শিক্ষান্ত /অসম হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ পৰীক্ষা উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ, প্ৰৱেশ পত্ৰ, মাৰ্কশ্বিট আৰু পঞ্জীয়ন কাৰ্ডৰ প্ৰতিলিপি (Duplicate) সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।

আবেদনকাৰীসকলে নিজকে বানপীড়িত বুলি স্ব-প্ৰমাণিত (self-certification) কৰি অনলাইনযোগে আবেদন কৰিব পাৰিব— ইয়াৰ বাবে কোনো আৰক্ষীৰ প্ৰতিবেদনৰ (police report) প্ৰয়োজন নাই। বানপীড়িত শিক্ষাৰ্থীসকলৰ সমস্যা লাঘৱ কৰাৰ উদ্দেশ্যে এই বিশেষ সকাহমূলক ব্যৱস্থা গ্ৰহণ কৰিছে বুলি শিক্ষামন্ত্ৰী গৰাকীয়ে পোষ্ট যোগে জনাইছে।।

#সম্ভৱহলে_পোষ্টটো_চেয়াৰ_কৰি_দি_শিক্ষাৰ্থীসকলক_উপকৃত_কৰিব।

 🔹 Post Name: Staff Nurse🔹 Total Vacancies: 2,204 posts🔹 Monthly Salary: Rs. 20,000/-🔹 Educational Qualification: B.Sc. ...
30/07/2026



🔹 Post Name: Staff Nurse
🔹 Total Vacancies: 2,204 posts
🔹 Monthly Salary: Rs. 20,000/-
🔹 Educational Qualification: B.Sc. Nursing / GNM Course passed from an INC-recognized institution and registered with the Assam Nurses' Midwives' and Health Visitors' Council.

📅 Important Dates:
Online Application Starts: August 1, 2026
Last Date to Apply: August 15, 2026 (until 11:59 PM)

27/07/2026

সেইট চাল্লা..
এতিয়া দি থকা বৰষুণ জাকৰ শব্দই বুকুখন হেঁচা মাৰি ধৰিছে।
কি কৰিছে বাৰু গৃহহীন মানুহখিনিয়ে.. 😔

জিলা প্ৰশাসনৰ এই নম্বৰত আপোনালোকে আগতীয়াকৈ যোগাযোগ কৰি ল'ব।।
27/07/2026

জিলা প্ৰশাসনৰ এই নম্বৰত আপোনালোকে আগতীয়াকৈ যোগাযোগ কৰি ল'ব।।

ৰাইজে এই বিষয়ত কিবা মন্তব্য দিব নে...??????
27/07/2026

ৰাইজে এই বিষয়ত কিবা মন্তব্য দিব নে...??????

27/07/2026

বানে যে উজনী অসম ধ্বং*স যজ্ঞ চলালে নিৰ্বাচনৰ সময়ত অহা ষ্টাৰ কেম্পেনাৰ বোৰে খৱৰ পাইছে নাই বাৰু?

Address

Sibsagar

Alerts

Be the first to know and let us send you an email when Ruhini Kr Boruah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Ruhini Kr Boruah:

Shortcuts

Share