29/08/2026
📌এটি সুন্দৰ দিনৰ আশাৰে.......
মোৰ এই এৰেকা দুজোপা ভিতৰত থম বুলি আনিছিলোঁ, কিন্তু ইমানেই লহ পহকৈ বাহিছে দেখি মনতো ভাল লাগি যাই........
প্ৰথম যেতিয়া আনিছিলোঁ তেতেৰা পৰা আছিলে যত্ন লৈ লৈ ইমান ডাঙৰ হৈ ছে গৈ ......
বিশেষকৈ লৈ যোৱা চাহপাত বোৰ য'ত চেনি নাথাকে সেইবোৰ ফুলত দি দিওঁ......
বিশেষকৈ ৰাতিপুৱা দেখিলে মনতো আৰু ভাল লাগে...