Rinku's vlogs

Rinku's vlogs মোৰ পেজলৈ আপোনাক স্বাগতম🙏জীৱনটো দুদিনীয়া। ❤️❤️স্ফূৰ্তি কৰক আৰু প্ৰতিটো পল এনজয় কৰক❤️❤️ আপোনালোকে আমাৰ পেজটো Follow কৰি দিব দেই😘

08/08/2024

📌 বিদুৰভাই চাই বিহা ওকনী লাগি আহিল😅
📌Vild PG এ কি Prank কৰিলে?
📌 পিহুৰ 1st চিনেমা..খাই শেষ হলেই কান্দে😁

07/07/2024

🔴কেঁ‌চুৱাক এই মিচিৰিটো খুৱাই যদি ভিদিঅ'টো চাওঁক, দেখিয়ে খ্ং উঠিব😡


02/07/2024

🔴কেমেৰাৰ আগত ভালপোৱা নহয়🤔
🔴এটা মডেল অংগনবাডী কেন্দ্ৰ দেখুৱাম আজি বলক..

23/05/2024

🛑কেঁ‌চুৱাৰ লগত মাকবোৰ যে এনেই জাধলী নহয়
🛑ঘৰটোত নো কি কাম আছে,অকলে অকলে..
🛑কিছুমান মানুহে কেতিয়াও বুজি নাপায়

15/05/2024

🛑মাতৃ নোহোৱাৰ দুখ সকলোৱে বুজি নাপাই
🛑আকৌ ডিব্ৰুগড় কিয় গলো??

08/05/2024

🔴৫ টা পৰিয়ালে ভাত খাই ঘূৰি আহোতে গাড়ীৰ চকা ফাটি😭
🔴অমৰক প্ৰথম লৈ গৈছিলো

04/05/2024

🛑বিয়া খাবলৈ গৈ মাকবোৰৰ অৱস্থা কেনে হয় 🛑জোনালী সাজি-কাচি লৈ গ'লো আমাৰ লগত। পিহু ভয়াতুৰ হৈ গৈছে🤔

সকলোলৈকে ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাঁ‌চিলো🙏
13/04/2024

সকলোলৈকে ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাঁ‌চিলো🙏

06/04/2024

🛑ডেলিভাৰী ৰুমৰ অভিজ্ঞতা
🛑পেট ফালি চিৰাচিৰ কৰি থওতে কেনে লাগে শুনক
🛑পিহুৰ জন্ম কাহিনী

01/04/2024

🛑প্ৰেগনেঞ্চিৰ Stretch Marks কেনেকৈ আঁ‌তৰাব পাৰি?
🛑পিহুলৈ সোণৰ কি জুৱেলাৰী ল'লো?Birthday গিফট হিচাপে গাড়ী ল'লো

18/03/2024

আমাৰ ঘৰটো লেমিনেচন কৰি দিলোঁ | কিমান খৰচ হ'ল???🤔জোনালী আৰু মই মিলি পিহুক SALE কৰি দিলোঁ😰

Address

Sibsagar

Website

Alerts

Be the first to know and let us send you an email when Rinku's vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rinku's vlogs:

Share

Category