Times30NE

Times30NE Media/News company
(2)

30/08/2026

নেপালৰ বানপানীৰ বোকাৰ মাজত আবদ্ধ হৈ থকা এজন ব্যক্তিক সাহায্যকৰী দলটোৱে কান্ধত তুলি লৈ অনা এটি দৃশ্য।

30/08/2026

মহাৰাষ্ট্ৰৰ কৰ্জত ৰেল ষ্টেচনত (Karjat Railway Statioon) কয়না এক্সপ্ৰেছ (Koyna Express) নামৰ যাত্ৰীবাহী ৰেলখনত জুই লগাত তীব্ৰ আতংকৰ সৃষ্টি হয় ৰেল যাত্ৰী সকলৰ মাজত।

29/08/2026

🛑 যোৰহাটত শোকাৱহ ঘটনা,চিনামৰাত পিকনিক খাবলৈ গৈ ছাত্ৰৰ মৃ*ত্যু। গা ধুবলৈ পুখুৰীত জা*প দিছিল ৩ ছাত্ৰই। এজনৰ মৃ*তদেহ উদ্ধাৰ।স্প্ৰিংডেল স্কুলত অধ্যয়নৰত আছিল মৃ*ত ছাত্ৰকেইজন। #যোৰহাটত

29/08/2026

কেমেৰাৰ সন্মুখত দুজন যুৱকে এ টি এমৰ ভিতৰত কি ধৰনে এজন বয়জ্যষ্ঠ ব্যক্তিৰ এ টি এম কাৰ্ডৰ লগত নিজৰ এ টি এম কাৰ্ড সলনি কৰি ধণ লুটি ল'লে চাওঁক এই লাইভ ভিডিঅ' ৰেকৰ্ডিং।

29/08/2026

টিংখাংৰ এটি তেল দিপুত কৰ্মৰত এজন বিহাৰী সম্প্ৰদায়ৰ যুৱকে অসমীয়া যুৱতীক অশালীন ব্যৱহাৰ কৰাত কানতলীয় চৰ সুধালে যুৱতী গৰাকীয়ে।

29/08/2026

জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱাত ক্ষোভ বিধায়ক অখিল গগৈৰ। চৰকাৰৰ পৰিকল্পনাকলৈ প্ৰশ্ন অখিল গগৈৰ।

29/08/2026

৮ হাজাৰ টকাৰ প্ৰশাধানৰ সামগ্ৰী বজাৰ কৰি বাইদেৱে বেগত নভৰাই বঢ়ালে নিজৰ আন্ডাৰৱেৰত ।

29/08/2026

তামোল বেচাৰ চলেৰে ভাঙৰ ব্যৱসায়।
হাতে লুটে ধৰি ৰাইজে গতাই দিয়ে আৰক্ষীক।

29/08/2026

নেপালৰ প্ৰলয়ঙ্কাৰী বানপানীৰ সূতৰ মাজত ১৫ জন ব্যক্তিৰ প্ৰাণ বচাই ৰখোৱা একমাত্ৰ সেই ঘৰটো।

29/08/2026

পাৰফেক্ট হৈছে নে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পোশ্বাপ ?
জনাওক আপোনাৰ মতামত |

Address

Ranghar Chariali
Sibsagar
785640

Telephone

+919394180679

Website

Alerts

Be the first to know and let us send you an email when Times30NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share