S LIVE ASSAM

S LIVE ASSAM sivsagar prime news portal

22/11/2024

বীৰ লাচিত সেনা শিৱসাগৰ জিলা সমিতি উদ্যোগত আগন্তুক কেন্দ্ৰীয় লাচিত দিৱসৰ উপলক্ষে শিৱসাগৰ নগৰৰ কে. পি. এম হলৰ প্ৰাংগনত লাই-খুটা স্থাপন ।

10/10/2024

শিৱসাগৰত পদ্মবিভূষণ ৰতন টাটালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি উজনি অসম মুছলিম কল্যান পৰিষদৰ ।

01/09/2024

➡️ শিৱসাগৰ নগৰৰ বাবুপত্তী অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনা।

➡️ তীব্ৰবেগীত মটৰ-চাইকেলেৰে As 04AG - 7611 নম্বৰ বাইক খনত অহা এজন যুৱকে চাইকেল আৰোহীক খুন্দিয়াই গুৰুতৰ ভাবে আঘাত কৰি ঘটনাৰ স্থানৰ পৰা পলায়ন কৰে ।

➡️ ঘটনা স্থলীত আৰক্ষী লোক উপস্থিত হয় যদিও, এক ঘণ্টা দেৰি কৈ 108 এম্বুলেন্স উপস্থিত হোৱাৰ অভিযোগ কৰে স্থানীয় লোক।

➡️ 108 এম্বুলেন্স পলম কৈ অহাৰ বাবে 108 ৰ সেৱা গ্ৰহণ নকৰি বাবুপত্তী অঞ্চলৰ লোকে কিছু ধন সাহায্য দি ব্যক্তিগত এম্বুলেন্সৰে গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত যুৱকজনক জয়সাগৰ অসামৰিক চিকিৎসালৈ লয় যায় ।

➡️ দুৰ্ঘটনা পতিত হোৱা লোক জনৰ নাম গেলা বুলি জানিব পৰা গৈছে ।

26/08/2024

➡️ আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী।
➡️ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন।হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে অসমৰ আকাশ বতাহ।

➡️ শিৱসাগৰ নগৰৰ গায়ন গাঁও নামঘৰতো ভকত বৈষ্ণৱে আয়োজন কৰিছে জন্মাষ্টমীৰ।

26/08/2024

➡️ মহাপুৰুষীয়া কলা সংস্কৃতিৰ সেৱক প্ৰয়াত পূৰ্ণকান্ত বৰঠাকুৰলৈ শ্ৰদ্ধাঞ্জলিৰে স্মৃতি চাৰণ অনুষ্ঠান

➡️ মেটেকা মাজগাঁৱৰ নিবাসী প্ৰয়াত পূৰ্ণকান্ত বৰঠাকুৰ আজীৱন মহাপুৰুষীয়া কলা সংস্কৃতিৰ সেৱক হিচাবে অৱদান আগবঢ়াই আহিছিল মৃত্যু পৰ্যন্ত ।

25/08/2024

➡️ ডিমৌমুখৰ নচিৰ‌উদ্দিন আহমেদ নামৰ যুৱক জনৰ লগত সংঘটিত হয় দিন ডকাইটি কাণ্ড ।

➡️ কাপোৰ ব্যৱসায়ৰ বাবে নাহৰকটিয়াৰ দিচাম বাগানলৈ গৈছিল যুৱ ব্যৱসায়জন।

➡️ ১৫ জনীয়া এটা দুৰ্বৃত্ত দলে শাৰিৰীক ভাৱে আক্ৰমন কৰাৰ লগতে যুৱকজনৰ পৰা লৈ যায় ১৫০০ শ টকা।

25/08/2024

➡️ শিৱসাগৰত সংঘটিত হয় লাভ জেহাদৰ ঘটনা । ভুৱা পৰিচয় দি প্ৰেমৰ সম্পৰ্ক গঢ়িছিল বাবু আলি নামৰ যুৱকজনে।

➡️ ২১ আগষ্টত বাবু আলিয়ে প্ৰলোভনেৰে গহপুৰলৈ লৈ যায় যুৱতীগৰাকীক ৷ ৰংঘৰ চাৰিআলিত ভাড়াতীয়া হিচাপে বাস কৰিছিল বাবু আলিয়ে৷

24/08/2024

নাজিৰাৰ অলিয়ে গলিয়ে মিঞা বিচাৰি আটাছু অভিযান।

শৃংখল চলিহাই CHALLENGE ACCEPT কৰাৰ পিছতেই শিৱসাগৰৰ পৰা আৰম্ভ হ'ল মিঞা হাটাও অভিযান।

21/08/2024

শিৱসাগৰ জিলা সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান 'শিৱসাগৰ ৰত্ন' উপাধি প্রদান ।

যুৱদল প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীত 'শিৱসাগৰ ৰত্ন' উপাধি প্ৰদান কৰা হয় বিশিষ্ট শিক্ষাবিদ সোণাৰাম বৰুৱাক ।

শিৱসাগৰ জিলা সাহিত্য সভাৰ সর্বোচ্চ সম্মান 'শিৱসাগৰ ৰত্ন' শীর্ষক উপাধি এই বর্ষত

21/08/2024

অৱশেষত পলমকৈ হলেও ভোজপুৰী সমাজৰ হৈ পূৰ্বোত্তৰ হিন্দুস্তানী যুৱ মঞ্চই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সোনৰ পদক প্ৰাপ্ত পাঞ্জা খেলুৱৈক যোৱা ১৩ আগষ্টত দুৰ্বৃত্তৰ দলৰ দলবদ্ধ আক্ৰমণ ঘটনাক নিন্দা কৰে।

উল্লেখ্য যে যোৱা কালি যুৱ দলত অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত তামোল পাণৰ বঁটা লৈ অসমবাসীৰ ওচৰত আঁঠুলৈ মাৰোৱাৰী সমাজে অসমীয়া সমাজক ক্ষমা ভিক্ষাৰ পাছতে ভোজপুৰী সমাজৰ হৈ পূৰ্বোত্তৰ হিন্দুস্তানী যুৱ মঞ্চই সংবাদ মাধ্যমৰ আগত ঘুৰ নিন্দা কৰা লগতে ক্ষমা প্ৰাথনা বিচাৰি অনাগত দিনত এনে ঘটনা পুনৰাবৃত্তি নঘটাৰ আশা প্ৰকাশ কৰে ৷

20/08/2024

খিলঞ্জীয়াৰ প্রভুত্ব ৰক্ষাৰ বাবে চৰকাৰলৈ কি আহ্বান শৃংখল চলিহাৰ ?

আজি যুৱ দলত অভিভাৱক মন্ত্ৰী ৰণোজ পেগু সন্মুখত কেইবাটাও দাবী উত্থাপন কৰে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা সহ ৩০ টা জাতীয় সংগঠন সমূহে।

শিৱসাগৰত অভিভাৱক মন্ত্রী ৰণোজ পেগুৰ উপস্থিতিত উভয় পক্ষৰ বৈঠক আলোচনাত কি কি বিষয় উল্লেখ কৰিলে জাতীয় দল-সংগঠনসমূহে ?

Address

শিৱসাগৰ টাউন
Sibsagar
785640

Website

Alerts

Be the first to know and let us send you an email when S LIVE ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share