PMB MIX

PMB MIX PMB MIX is a page where you will get to watch videos like vauna, dihanaam, bihu, cultural videos

চনটো ২০০৬ নে ৭ আছিল পাহৰিছোঁ... ককাইক প্ৰথমবাৰৰ বাবে লগ পাওঁতে... কেমেৰাৰ quality ভয়ানক... কিন্তু এই ছবিখন মোৰ জীৱনৰ শ্ৰ...
20/09/2025

চনটো ২০০৬ নে ৭ আছিল পাহৰিছোঁ... ককাইক প্ৰথমবাৰৰ বাবে লগ পাওঁতে... কেমেৰাৰ quality ভয়ানক... কিন্তু এই ছবিখন মোৰ জীৱনৰ শ্ৰেষ্ঠ ছবি। ছবিখন তুলিছিলো ডিব্ৰুগড়ত। মই আছিলোঁ জুবিন দাৰ জেঠায়েকৰ ঘৰতে ভাড়াতীয়া হিচাবে। তাতেই প্ৰথমবাৰ লগ পাইছিলোঁ হিয়াৰ আমঠুগৰাকীক...

19/09/2025

শিৱসাগৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কমলা গগৈ ককাইদেউৰ শ্ৰদ্ধাঞ্জলি😓😓😭

19/09/2025

শিৱসাগৰত ৰাজহোৱা শ্ৰদ্ধাঞ্জলি... বিদায় ককাই💔

আপোনাক কিমান ভাল পাইছিলোঁ চাওক ককাই😭
19/09/2025

আপোনাক কিমান ভাল পাইছিলোঁ চাওক ককাই😭

18/09/2025

🙏 শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ কীৰ্তনঘৰ

18/09/2025

🔥 মহিলাৰ দ্বাৰা লক্ষ্মণৰ সুন্দৰ সংলাপ প্ৰক্ষেপণ

17/09/2025

👉 আমাৰ যদু কাই...

❤ আটাইলৈ জন্মাষ্টমীৰ ওলগ যাচিছোঁ। জয় শ্ৰী কৃষ্ণ🙏
14/09/2025

❤ আটাইলৈ জন্মাষ্টমীৰ ওলগ যাচিছোঁ। জয় শ্ৰী কৃষ্ণ🙏

13/09/2025

🔥 প্ৰথম পুৰস্কাৰ প্ৰাপ্ত- সমীৰণ বৰুৱাৰ দুৰ্যোধনৰ সংলাপ
👉 "কলঞ্চুপাৰ সন্মিলিত যুৱ সমাজ"ৰ উদ্যোগত শিৱসাগৰ জিলা ভিত্তিত আয়োজিত ভাওনাৰ সংলাপ প্ৰতিযোগিতা

জন্মাষ্টমীৰ উপলক্ষে কাইলৈ মুক্তিলাভ কৰিব আদিত্য বৰাৰ কণ্ঠত এটি সুন্দৰ ভক্তিমূলক গীত "প্ৰভু নাৰায়ণ"। সকলোৱে আদৰি ল'ব বুলি...
13/09/2025

জন্মাষ্টমীৰ উপলক্ষে কাইলৈ মুক্তিলাভ কৰিব আদিত্য বৰাৰ কণ্ঠত এটি সুন্দৰ ভক্তিমূলক গীত "প্ৰভু নাৰায়ণ"। সকলোৱে আদৰি ল'ব বুলি আশা ৰাখিলোঁ।

❤ৰাইজৰ আশীৰ্বাদত ১০০০০+ Views সম্পূৰ্ণ হৈছে...
13/09/2025

❤ৰাইজৰ আশীৰ্বাদত ১০০০০+ Views সম্পূৰ্ণ হৈছে...

13/09/2025

👉 "জাৰণিৰ মাজতে" বিহুগীতৰ জড়িয়তে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা শংকৰ বৰাৰ কণ্ঠত ইতিমধ্যে মুক্তিলাভ কৰিছে "ক'লৈ গ'ল বৃন্দাবন" শীৰ্ষক দিহানামটি। তলৰ লিংকটোত ক্লিক্ কৰি সম্পূৰ্ণ ভিডিঅ'টি চাব পাৰিব...



https://youtu.be/YBZLFHI98fA

Address

Khatual Gaon
Sibsagar
785640

Alerts

Be the first to know and let us send you an email when PMB MIX posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share