Anupom Axom

Anupom Axom Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Anupom Axom, Digital creator, Kowamora Satra. Sukan Pukhuri, Sibsagar.

অনুপম অসম পৰিয়াললৈ আপোনাক স্বাগতম জনাইছো। অসমৰ চহকী কৃষ্টি সংস্কৃতিৰ প্ৰচাৰ আমাৰ প্ৰথম লক্ষ্য। আমাৰ ভিডিও সমূহ চাই ভাল পালে পেজখন ফ'ল' কৰি দিব।। ধন্যবাদ।যোগাযোগ-9365826831

08/05/2026

🕉️🕉️

জিলা ভিত্তিত চিত্রাংকন প্রতিযোগিতাভর্তি মাচুল - ২০০ টকাশাখা 'ক': প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ।শাখা 'খ'ঃ চতুৰ্থ শ্ৰেণ...
20/04/2026

জিলা ভিত্তিত চিত্রাংকন প্রতিযোগিতা

ভর্তি মাচুল - ২০০ টকা

শাখা 'ক': প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ।

শাখা 'খ'ঃ চতুৰ্থ শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ।

পুৰষ্কাৰ সমূহ:

প্রথম ৩,০০০/- টকা নগদ ধন আৰু মানপত্ৰ

দ্বিতীয়- ২,০০০/-টকা নগদ ধন আৰু মানপত্র

তৃতীয়- ১,০০০/-টকা নগদ ধন আৰু মানপত্র

বিহুনাচ আৰু ঢোলবাদন প্রতিযোগিতা

ভর্তি মাচুল - ২০০ টকা

পুৰষ্কাৰ সমূহ:

প্রথম ৫,০০০/- টকা নগদ ধন আৰু মানপত্ৰ

দ্বিতীয় - ৩,০০০/- টকা নগদ ধন আৰু মানপত্র

তৃতীয়- ১,৫০০/-টকা নগদ ধন আৰু মানপত্ৰ

আশা বোৰ বাস্তৱলৈ ৰূপান্তৰিত হওক তাৰেই আশাৰে বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ
14/04/2026

আশা বোৰ বাস্তৱলৈ ৰূপান্তৰিত হওক তাৰেই আশাৰে বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ

03/04/2026

কণমানি নাৰদ জনৰ কি সমধুৰ কণ্ঠ...

30/03/2026

ভাওনা ক্ষেত্ৰখনৰ অত্যন্ত সম্ভাৱনাপূৰ্ণ ভাৱৰীয়া ৰংগকিশোৰ মহন্ত দুৰ্যোধনৰ চৰিত্ৰত।।। অভিনয় চাই কেনে পালে জনাবচোন

28/03/2026

Transformation Video Pinku Kalita

28/03/2026

অংশুমানৰ কণ্ঠত দ্ৰৌপদী ৰ এখন সুন্দৰ প্ৰৱেশ

27/03/2026

ইমান কম বয়সতে শকুনিৰ দৰে চৰিত্ৰ এটাত কি সুন্দৰ অভিনয় কৰিছে কণমানি অভিজ্ঞানমে।।
সদৌ অসম শিশু ভাওনা প্ৰতিযোগিতা,তিনিচুকীয়া

23/03/2026

কি দুৰ্দান্ত অভিনয় ।। হিৰণ্যাক্ষ ৰ চৰিত্ৰত ভাওনা ক্ষেত্ৰৰ পৰিচিত তথা অতিশয় প্ৰতিভাৱান কিশোৰ ভাৱৰীয়া লখাই

10/03/2026

শত ব্ৰজাঘাট হওক এই লক্ষ্মণৰ শিৰত....অভিনয়ত ৰক্তিম বৰা

Address

Kowamora Satra. Sukan Pukhuri
Sibsagar

Alerts

Be the first to know and let us send you an email when Anupom Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Anupom Axom:

Share