BAKYA : Printing, Designing, Publishing

BAKYA : Printing, Designing, Publishing B A K Y A
Printing ■ Designing ■ Publishing

Boarding Road (Near VMart), Sivasagar - 785640

অৱশেষত 'বাক্য'ৰ নামত Comercial Publisher হিচাপে ISBN ৰেজিষ্টাৰড হ'ল। এতিয়াৰে পৰা 'বাক্য'ৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থত ISBN ন...
19/03/2025

অৱশেষত 'বাক্য'ৰ নামত Comercial Publisher হিচাপে ISBN ৰেজিষ্টাৰড হ'ল। এতিয়াৰে পৰা 'বাক্য'ৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থত ISBN নম্বৰ দিব পৰা যাব।

সদৌ অসম ছাত্ৰ সন্থাৰ নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়াক 'বাক্য'ৰ হৈ সম্বৰ্ধনা জনোৱাৰ মুহূৰ্তত।
01/02/2025

সদৌ অসম ছাত্ৰ সন্থাৰ নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়াক 'বাক্য'ৰ হৈ সম্বৰ্ধনা জনোৱাৰ মুহূৰ্তত।

 -2024যোৱা ২২ ডিচেম্বৰ তাৰিখে শিৱসাগৰ প্ৰেছ ক্লাবত ২০২৪ বৰ্ষৰ 'বাক্য সাহিত্য বঁটা' সাহিত্য অকাডেমী বঁটা প্ৰাপক যশস্বী ঔপ...
06/01/2025

-2024

যোৱা ২২ ডিচেম্বৰ তাৰিখে শিৱসাগৰ প্ৰেছ ক্লাবত ২০২৪ বৰ্ষৰ 'বাক্য সাহিত্য বঁটা' সাহিত্য অকাডেমী বঁটা প্ৰাপক যশস্বী ঔপন্যাসিক জয়ন্ত মাধৱ বৰাক প্ৰদান কৰা হয়। লোকসংস্কৃতিৰ গৱেষক ড° অনিল শইকীয়াই প্ৰদান কৰা বঁটা প্ৰদান অনুষ্ঠানত কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। ড° ৰীতামণি বৰাৰ 'গল্পবোৰ ভালপোৱাৰ', মিণ্টু সাগৰ দাসৰ 'অসম্পাদকীয় পৃষ্ঠা' সত্যজিৎ নাথৰ 'পানীৰ পোহৰত', কাব্যলোচনী 'ভাষা' উন্মোচন কৰে ক্ৰমে গড়গাঁও মহাবিদ্যালৰ অধ্যক্ষ তথা শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি ড° সব্যসাচী মহন্ত, বিশিষ্ট কবি প্ৰেম গগৈ, বুৰঞ্জী লেখক নবীন বুঢ়াগোহাঁই আৰু বিশিষ্ট কবি গংগামোহন মিলিয়ে।

19/12/2024

18/12/2024
16/12/2024

প্ৰতিষ্ঠিত কবি গংগামোহন মিলিৰ কাব্যগ্ৰন্থ 'দিচাংমুখৰ এবাটি আপং'ৰ পঞ্চম সংস্কৰণটি উন্মোচন।
19/11/2024

প্ৰতিষ্ঠিত কবি গংগামোহন মিলিৰ কাব্যগ্ৰন্থ 'দিচাংমুখৰ এবাটি আপং'ৰ পঞ্চম সংস্কৰণটি উন্মোচন।

দেওবাৰে আমাৰ দ্বাৰা প্ৰকাশিত (প্ৰকাশৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া) প্ৰতিষ্ঠিত কবি গংগামোহন মিলিৰ জনপ্ৰিয় কাব্যগ্ৰন্থ 'দ...
19/11/2024

দেওবাৰে আমাৰ দ্বাৰা প্ৰকাশিত (প্ৰকাশৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া) প্ৰতিষ্ঠিত কবি গংগামোহন মিলিৰ জনপ্ৰিয় কাব্যগ্ৰন্থ 'দিচাংমুখৰ এবাটি আপং'ৰ পঞ্চম সংস্কৰণটি উন্মোচনৰ খবৰ প্ৰকাশ কৰা শিৱসাগৰ ছপা মাধ্যমৰ সমূহ সন্মানীয় সাংবাদিকলৈ কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ।

 #বিশেষ_ঘোষণা
11/11/2024

#বিশেষ_ঘোষণা

Address

Babupatty
Sibsagar
785640

Opening Hours

Monday 9am - 8pm
Tuesday 9am - 8pm
Wednesday 9am - 8pm
Thursday 9am - 8pm
Friday 9am - 8pm
Saturday 9am - 8pm

Telephone

+91-98594-56369

Alerts

Be the first to know and let us send you an email when BAKYA : Printing, Designing, Publishing posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BAKYA : Printing, Designing, Publishing:

Share

Category