Prime 24 Assam NE

Prime 24 Assam NE আনৰ দুখত দুখী হোৱা আৰু হাঁহিৰে জীৱন জয

সকলোৱে যেন পেজটো লাইক কৰি আগুৱাই নিয়ে য । ধন্যবাদ
Prime 24 assam নামেৰে এটা ইউটিউব চেনেল আছে সকলোৱে Subscribe কৰি দিয়ে যেন প্লীজ � https://youtube.com/channel/UCsWFb_u4v0s0jLPM_nbS6AA.It is a registered digital web media run by reputed and expert personalities and is under East Side Media Production Company, M/S Hazarika Enterprises and Lt Wahidur Rahman Hazarika Foundation of Sivasagar which one unit is also located in Kamrup Metro district.Prime 24 Assam and Prime 24 Bangla are also a member of this family.Sajidun Nahar Ahmed(Rimi) is the Chairperson and Parhiz Rohan Hazarika is the CMD of the Company...

আজি পৱিত্ৰ ঈদ মিলাদ-উন-নবী।
26/08/2026

আজি পৱিত্ৰ ঈদ মিলাদ-উন-নবী।

15/08/2026

শিলপুখুৰীত দেশপ্ৰেমৰ উচ্ছ্বাসেৰে স্বাধীনতা দিৱস পালন।

মৰিগাঁও জিলাৰ মিকিৰভেটা অঞ্চলৰ শিলপুখুৰীত আজি দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস যথাযোগ্য মৰ্যাদাৰে পালন কৰা হয়। দক্ষিণ শিলপুখুৰী মছজিদ, কাৰিয়ানা মাদ্ৰাছা আৰু চুৱহী মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলৰ যৌথ উদ্যোগত অনুষ্ঠিত হয় এই স্বাধীনতা দিৱসৰ কাৰ্যসূচী।
পুৱা পতাকা উত্তোলনৰ পিছত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। ইয়াৰ পিছতে মাদ্ৰাছাসমূহৰ ছাত্ৰ-ছাত্ৰীসকলে হাতত ত্ৰিৰংগা লৈ প্ৰায় এক কিলোমিটাৰ পথ পদযাত্ৰা কৰে। পদযাত্ৰাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰি সমগ্ৰ পৰিৱেশ দেশপ্ৰেমৰ আবেগেৰে মুখৰিত কৰি তোলে।
আজিৰ এই কাৰ্যসূচীত দক্ষিণ শিলপুখুৰী চুৱহী মাদ্ৰাছাৰ প্ৰধান শিক্ষক আবুল হাচিম, পৰিচালনা সমিতিৰ সভাপতি জয়নাল আবেদিন, সম্পাদক হবিবুৰ ৰহমান আৰু বড়িবজাৰ দ্বিনী তালিমি বৰ্ডৰ সভাপতি জহিৰুল ইছলাম উপস্থিত থাকে। স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীয়ে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় একতাৰ ভাবধাৰা অধিক সুদৃঢ় কৰাৰ বাৰ্তা বহন কৰে।

নিউজ ডেস্ক ৰিপোৰ্ট

Happy Independence Day to all
15/08/2026

Happy Independence Day to all

11/08/2026

😨😰Dangerous flood attack

09/08/2026

Elephant attack😱😱

31/07/2026
23/07/2026

More strict action against paper leaks to come in tomorrow cabinet says PM NARENDRA MODI

Flood creates havoc in and around Mechagarh gohain gaon and nearby area in Nazira
20/07/2026

Flood creates havoc in and around Mechagarh gohain gaon and nearby area in Nazira

Chief Minister is concerned about the dangerous flood situation in Upper Assam.
19/07/2026

Chief Minister is concerned about the dangerous flood situation in Upper Assam.

Address

Hinghadwar
Sibsagar
785665

Website

Alerts

Be the first to know and let us send you an email when Prime 24 Assam NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Prime 24 Assam NE:

Shortcuts

Share