19/09/2025
জুবিন গাৰ্গ....... 😭😭😭😭🥺😰উফ্ কি বুলি কম ভাষা হীন আজি মই/সমগ্ৰ অসমতৰ মানুহ। নিয়তি ৰো কি যে খেল আৰু!
আজি অসম ভূমিৰ বৰ মূল্যবান ৰত্ন এটা হেৰাই গ'ল।
জুবিন দাৰ আত্মাই চিৰ শান্তি লাভ কৰক 🙏
সপোনবোৰ আকৌ জীয়াই তুলিবলৈ মন 🥹😇❤️
Sibsagar
785682
Be the first to know and let us send you an email when কল্পনা/kalpana posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.