Puja’s Assamesekitchen

Puja’s Assamesekitchen Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Puja’s Assamesekitchen, Digital creator, NH37, Sibsagar.

Homemaker 🏡I Inspiring you to get creative in the Kitchen 🍽️ l Food, Friends and Good vibes l Home cook sharing my favourite recipes with you l If you love food FOLLOW for more l

বৰষুণৰ বতৰ আৰু সন্মুখত পুৰি, আলু ভাজি আৰু একাপ গাখীৰ চাহ🤗খিৰিকিৰ ফাঁকেৰে বৰষুণ চাই চাই এই চাহ কাপ খোৱাৰ আমেজেই সুকীয়া………...
09/06/2026

বৰষুণৰ বতৰ আৰু সন্মুখত পুৰি, আলু ভাজি আৰু একাপ গাখীৰ চাহ🤗
খিৰিকিৰ ফাঁকেৰে বৰষুণ চাই চাই এই চাহ কাপ খোৱাৰ আমেজেই সুকীয়া………….🥰
নহয় নে …?☺️

😊❤️

Instagram আৰু YouTube ত viral হৈ থকা Thailand ৰ এটা ৰেচিপি Mango Sticky Rice 🍚 ঘৰতে বনাবলৈ চেষ্টা কৰিলো ।  😊❤️    🍋
07/06/2026

Instagram আৰু YouTube ত viral হৈ থকা Thailand ৰ এটা ৰেচিপি Mango Sticky Rice 🍚 ঘৰতে বনাবলৈ চেষ্টা কৰিলো ।

😊❤️ 🍋

গাহৰি ভাত 🤗🤤 😊❤️  ❤️
06/06/2026

গাহৰি ভাত 🤗🤤

😊❤️ ❤️

ভাত আৰু ছাগলী মাংস 🤗 😊❤️  😋
04/06/2026

ভাত আৰু ছাগলী মাংস 🤗

😊❤️ 😋

দেওবাৰৰ বিশেষ থালি খন Simple and Souful 🤗😋থালিখনত আছে ভাত, জাতিলাও দি ৰন্ধা বইল দালি, আলু ভাজি, কণী বইল, টিয়হ, পিয়াজ, এড...
31/05/2026

দেওবাৰৰ বিশেষ থালি খন Simple and Souful 🤗😋
থালিখনত আছে ভাত, জাতিলাও দি ৰন্ধা বইল দালি, আলু ভাজি, কণী বইল, টিয়হ, পিয়াজ, এডোখৰ নেমু আৰু জলকীয়া আচাৰ ☺️

🤗💕❤️ ❤️ 🍲🍱

অসমীয়া থালি 🥰থালি খনত আছে ভাত, জাতিলাও বিলাহীৰে মাছৰ তৰকাৰী, মাছৰ পেটু আৰু মাছৰ কণী দি ভাত ভজা, আলু ভাজি, এডোখৰ নেমু আৰু...
29/05/2026

অসমীয়া থালি 🥰
থালি খনত আছে ভাত, জাতিলাও বিলাহীৰে মাছৰ তৰকাৰী, মাছৰ পেটু আৰু মাছৰ কণী দি ভাত ভজা, আলু ভাজি, এডোখৰ নেমু আৰু জলকীয়া 👩🏻‍🍳

❤️ ❤️ 🍱❤️

Address

NH37
Sibsagar
785640

Website

Alerts

Be the first to know and let us send you an email when Puja’s Assamesekitchen posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share