DEMOW News

DEMOW News Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from DEMOW News, Media/News Company, Sibsagar.

(সত্য,শুদ্ধ,নিৰপেক্ষ বাতৰি)
আপোনালোকৰ অঞ্চলৰ সভা- সমিতি, শোভাযাত্ৰা ,ধৰ্ণা,প্ৰতিবাদ আদিৰ বাতৰিৰ লগতে গাওঁখনৰ যোগাত্মক বা-বাতৰি ভিডিঅ' কৰি আমালৈ প্ৰেৰণ কৰক।

👉 8474085926
(Call & WhatsApp No)

ডিব্ৰুগড়ৰ বিশিষ্ট চিকিৎসক ডাঃ নাৰায়ণ উপাধ্যায় আৰু নাই ।
13/09/2026

ডিব্ৰুগড়ৰ বিশিষ্ট চিকিৎসক ডাঃ নাৰায়ণ উপাধ্যায় আৰু নাই ।

13/09/2026

'গৌৰৱ গগৈক শুনি লবলৈ কৈছো,
দেৱব্ৰত শইকীয়াক শুনি লবলৈ কৈছো,

'বুদ্ধিজীৱী আৰু বামপন্থীসকলক শুনি লবলৈ কৈছো'

'অখিল গগৈতকৈ বিজেপি চৰকাৰক আটাইতকৈ বেছি সমালোচনা কৰা কোনোবা জন্ম হৈছে নেকি?'

ডিমৌ সমষ্টিত চিঞৰি চিঞৰি কলে অখিল গগৈয়ে ?

13/09/2026

১৫চেপ্তেম্বৰ তাৰিখে ৰাইজৰ দলৰ স্থিতি সংবাদ মেল যোগে স্পষ্ট কৰিব ।

কিন্ত নীতিগতভাৱে স্থিতি মৌলবাদী আৰু সাম্প্ৰদায়িক বিৰোদ্ধে থাকিব ।

কংগ্ৰেছ তথা বিৰোধী দলসমূহক শুভেচ্ছা জানালে অখিল গগৈয়ে।

13/09/2026

এককালীন সাহায্যৰ ১৫০০০ হাজাৰ টকা পৰা বঞ্চিত লোকসকলৰ ন্যাৰ্য প্ৰাপ্য দাবীত ডিমৌ সমষ্টিৰ বেতবাৰী হাইস্কুল খেলপথাৰত ৰাইজৰ দলৰ গণসমাৱেশ।

প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ মৃত্যু।
13/09/2026

প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ মৃত্যু।

12/09/2026

ডিমৌৰ ১ নং উদয়পুৰত সভ্য সমাজক লজ্জানত কৰা ঘটনা।

পিতৃৰ যৌন নিৰ্যাতনত সাত মাহৰ অন্তসত্বা যুৱতী।

ঘটনা পোহৰলৈ অহাত গাঁওখনত উত্তেজনা।

12/09/2026

ডিমৌত গভাইত চুৰুণীসহ ৩ এ ,টি,এম কাৰ্ড চোৰ চক্ৰ আটক

ডিমৌ আৰক্ষী থানা আৰু শিমলুগুৰি আৰক্ষী থানাৰ সহযোগত আজি শিমলুগুৰি জংচন ৰোডত বৃহৎ এটিএম চোৰৰ গেংমাষ্টৰ আটক৷

12/09/2026

ডিমৌত লোক পিয়লৰ প্ৰশিক্ষণ ।

নমস্কাৰ। DEMOW News-লৈ আপোনাক স্বাগতম।DEMOW News হৈছে অসমৰ শিৱসাগৰ জিলাৰ ডিমৌস্থিত এক ডিজিটেল স্থানীয় সংবাদ মঞ্চ। আমি স...
12/09/2026

নমস্কাৰ। DEMOW News-লৈ আপোনাক স্বাগতম।

DEMOW News হৈছে অসমৰ শিৱসাগৰ জিলাৰ ডিমৌস্থিত এক ডিজিটেল স্থানীয় সংবাদ মঞ্চ। আমি সময়োপযোগী, সঠিক আৰু নিৰপেক্ষ সংবাদ আপোনালোকৰ ওচৰলৈ লৈ যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

ডিমৌ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ স্থানীয় ঘটনা-পৰিঘটনা, শিক্ষা, সংস্কৃতি, ক্ৰীড়া, চৰকাৰী আঁচনি, জনকল্যাণমূলক কাৰ্যসূচী, জৰুৰীকালীন আপডেট আৰু জনস্বাৰ্থ জড়িত সকলো গুৰুত্বপূৰ্ণ বাতৰি আমি আপোনালোকৰ আগত দাঙি ধৰোঁ।

আমাৰ মূলমন্ত্ৰ— ‘সত্য, শুদ্ধ, নিৰপেক্ষ বাতৰি।’

আপোনালোকৰ অঞ্চলত অনুষ্ঠিত সভা-সমিতি, শোভাযাত্ৰা, ধৰ্ণা, প্ৰতিবাদ, সামাজিক, সাংস্কৃতিক অথবা ক্ৰীড়া অনুষ্ঠানৰ লগতে যিকোনো গুৰুত্বপূৰ্ণ ঘটনাৰ ফটো/ভিডিঅ’ আমালৈ প্ৰেৰণ কৰক।

যোগাযোগ কৰক: ৮৪৭৪০৮৫৯২৬।
Call আৰু WhatsApp— দুয়োটাতে উপলব্ধ।

DEMOW News— আপোনাৰ কণ্ঠ, আপোনাৰ সমাজ, আপোনাৰ বাতৰি। ধন্যবাদ।

মহান অসমীয়া জাতি গঠনৰ   প্ৰথম আৰু প্ৰধান প্ৰৱক্তা,   একশৰণ নামধৰ্মৰ প্ৰৱৰ্তক,অনেক গুণেৰে মহিমামণ্ডিত,              যুগদ্...
12/09/2026

মহান অসমীয়া জাতি গঠনৰ
প্ৰথম আৰু প্ৰধান প্ৰৱক্তা,
একশৰণ নামধৰ্মৰ প্ৰৱৰ্তক,
অনেক গুণেৰে মহিমামণ্ডিত,
যুগদ্ৰষ্টা
মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ
আজি পৱিত্ৰ তিৰোভাৱ তিথি।

আমি তেৰাৰ চৰণত
ভক্তিপূৰ্ণ সেৱা নিবেদিছোঁ।🙏

সেৱাৰে ...

"ডিমৌ নিউজ" কৰ্তৃপক্ষ।

Address

Sibsagar
785662

Telephone

+918474085926

Website

Alerts

Be the first to know and let us send you an email when DEMOW News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DEMOW News:

Shortcuts

Share