Assamese FUSE

Directions Website

Assamese FUSE For tending content.....

16/08/2026

13/08/2026

কোন ভাল ?

12/08/2026

'পোৱা সকলে পাই আছে নপোৱাসকলে নাই পোৱা চৰকাৰী বান সাহায্য' ,প্ৰকৃত ক্ষতিগ্ৰস্ত পৰিয়ালক বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত বন্যাৰ্তৰ ক্ষোভ!

জানমণি কোঁৱৰৰ ঘৰত পদক আছিল, কিন্তু উভতি যাবলৈ ঘৰ নাছিল। বানপানীৰ পানী গাঁৱত প্ৰৱেশ কৰাৰ লগতে পৰিয়ালটোৱে মথাউৰিৰ ওপৰত তি...
12/08/2026

জানমণি কোঁৱৰৰ ঘৰত পদক আছিল, কিন্তু উভতি যাবলৈ ঘৰ নাছিল। বানপানীৰ পানী গাঁৱত প্ৰৱেশ কৰাৰ লগতে পৰিয়ালটোৱে মথাউৰিৰ ওপৰত তিৰপালৰ তলত আশ্ৰয় লোৱাৰ সময়তে ১৭ বছৰীয়া যুৱতীগৰাকীয়ে দিল্লীত অনুষ্ঠিত হোৱা কাৰাটে চেম্পিয়নশ্বিপৰ পৰা প্ৰায় হাৰ মানিছিল। তাৰ পিছত আহিল অভাৱনীয় সহায়ৰ হাত এখন, আৰু ডিঙিত সোণৰ পদক I

12/08/2026

শিৱসাগৰ, চৰাইদেউৰ মহাপ্ৰলয়ৰ মূল অভিযুক্ত সুশান্ত বৰগোহাঁই। তেওঁ কয়লা খননৰ মূল মানুহ ,ৰিতুমণি হাজৰিকা, কৃষকমুক্তি সংগ্ৰাম সমিতি।

12/08/2026

Assam Govt LP UP GT PGT Teacher job🎯 লক্ষ্য ২ লাখ চৰকাৰী চাকৰি, শিক্ষামন্ত্ৰী ৰনোজ পেগু,অসম I

12/08/2026

12/08/2026

ছিণ্ডিকেট আৰু কয়লা-শিলৰ অবৈধ খননৰ বাবেই জীয়াতু ভুগিলে উজনিৰ ৰাইজে৷ বিড়ম্বনা এয়াই যে সেইসকলেই এতিয়া ৰাইজক আঁভুৱা ভাৰি নিজৰ কুকৰ্ম ঢাকিবলৈ চেষ্টা চলাইছে I

11/08/2026

ক'লা ধন বগা কৰিবলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অনুদান দিছে নেকি একাংশই ?

11/08/2026

শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ ভয়ংকৰ মানৱ সৃষ্ট বানৰ বাবে ঘাইকৈ জগৰীয়া বিজেপিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱাৰ, সুশান্ত বৰগোহাঞি আৰু ময়ূৰ বৰগোহাঞি । এই দুৰ্যোগৰ প্ৰকৃত কাৰণ উদ্ঘাটন কৰি দোষী কয়লা আৰু শিল মাফিয়া সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি CBI তদন্তৰ দাবী জনাইছোঁ...
বেদান্ত লস্কৰ I

Address

Sibsagar
785680

Alerts

Be the first to know and let us send you an email when Assamese FUSE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share