RajNil Production

RajNil Production Rajnil Production is a creative video & cinema house, bringing stories to life that inspire, entertain & connect. Every journey begins with a spark ✨

06/09/2026

Would you stay until the end, or walk away first?🤍Snippet from our short film, The Last Date Sagar Nil Deboshree Nath Rajashree Nath Samir Hazarika

16/02/2026

The official video for Dikhahara from the film “KAKU” is officially out.

01/02/2026

প্ৰথম অভিজ্ঞতা, প্ৰথম পদক্ষেপ✨❤️
কিছু অসুবিধাৰ বাবে সময় অনুযায়ী আপোনালোকৰ মাজলৈ আমাৰ "কাকু" ক আগবঢ়াই দিব পৰা নাছিলোঁ। তাৰ বাবে ক্ষমাপ্ৰাৰ্থী।
বহু বিৰতিৰ পিছত অৱশেষত কালিলৈ সন্ধীয়া “৬” বজাত মোৰ চেনেলতে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম আমাৰ মৰমৰ "কাকু"ক।🥹 হয়তো কিছুমান ভুল ক্ৰুটি ৰৈ যাৱ পাৰে ,তাৰ মাজেৰেই আপোনালোকৰ মৰম আৰু আশীৰ্বাদ আমি একান্তই কামনা কৰিলোঁ। যাতে পৰৱৰ্তী সময়ত আমি ভালদৰে কামবোৰ কৰি যাব পাৰোঁ🙏🏻🌸

Address

Sivasagar
Sibsagar
785640

Website

Alerts

Be the first to know and let us send you an email when RajNil Production posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share