
22/08/2025
আন্ত:ৰাষ্ট্ৰীয় সীমান্তত অৱস্থিত ৰাজ্য হিচাপে আমাৰ সমস্যা কিছু পৃথক তথা বেছি, সেয়ে কেতবোৰ সিদ্ধান্ত সতৰ্কতাৰ অংশ হিচাপে কৰাতো জৰুৰী৷ কালি আমাৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি অনুপ্ৰৱেশকাৰীৰ সম্ভাব্য প্ৰৱঞ্চনামূলক আধাৰ প্ৰাপ্তি ৰোধ কৰিবলৈ আমি অসমত ১৮ বছৰৰ অধিক বয়সৰ নাগৰিকৰ আবেদন বন্ধ কৰা হৈছে৷
Being a border State, we deal with a lot of issues & we know how to tackle and FIX IT.
We are taking our fight one step ahead by barring acquiring of Aadhar by 18+ year olds in Assam, except in rare cases.
This will ELIMINATE a major support of the illegals.