04/05/2026
শেষ হাঁহিটো জনতাৰেই হ’ল! মৰিয়নিৰ উন্নয়নৰ স্বাৰ্থত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ এই জয় ঐতিহাসিক। এয়া কেৱল এটা জয় নহয়, এয়া মৰিয়নিবাসীৰ বিশ্বাসৰ জয়। আশা কৰোঁ আগন্তুক দিনত আপোনাৰ হাতত ধৰিয়েই আমাৰ মৰিয়নিৰ প্ৰগতিৰ চকা অধিক জোৰেৰে ঘূৰিব। অভিনন্দন জনালোঁ!"
Rupjyoti Kurmi
Rupjyoti Kurmi
🙏🙏🙏