Rita Gogoi

Rita Gogoi নমস্কাৰ বন্ধু - বান্ধৱী সকল,মোৰ পেজলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ ধন্যবাদ।

Happy independence day
15/08/2026

Happy independence day

14/08/2026

#আমাৰ জাতীয় পাতাকা #

08/08/2026

#বহুত দিনৰ বিৰতিৰ পিছত ছোৱালীয়ে কবিতা আবৃত্তি কৰিছে।
কবিতাৰ নাম= গছ ভালপোৱা ককাৰ খং

02/08/2026
 #সোঁৱৰণী য়ে বাৰুকৈয়ে ৰিঙিয়াই সৌ তাহানিৰ দিনত আছিলোঁ বৰফৰ দেশত আৰু এতিয়া....…... বানৰ দেশত 😂😂😂
02/08/2026

#সোঁৱৰণী য়ে বাৰুকৈয়ে ৰিঙিয়াই সৌ তাহানিৰ দিনত আছিলোঁ বৰফৰ দেশত আৰু এতিয়া....…... বানৰ দেশত 😂😂😂



Good evening
01/08/2026

Good evening

25/07/2026

#ডাঙৰ কৈ বৰষুণ জাক দিলেই হয়তো ভয় লগা হ'ল কিজানি আকৌ বানপানী আহি যাব। বয়- বস্তু সকলো তো শেষ হৈ গ'ল আৰু বা কি নিবলৈ আহিছে ।

Address

Simaluguri

Website

Alerts

Be the first to know and let us send you an email when Rita Gogoi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share